ঘৰৰ এই দিশত ৰাখক ধন, পাব সুফল

২০ অক্টোবৰ, ২০২৪

TV9 ASSAM

বাস্তু শাস্ত্ৰই প্ৰতিটো বস্তু ৰখাৰ সঠিক স্থান আৰু সঠিক দিশৰ বিষয়ে জনায়। যদি প্ৰতিটো বস্তু সঠিত দিশত ৰখা যায় তেন্তে ঘৰত ইতিবাচক প্ৰভাৱ পৰে আৰু নকৰাত্মক শক্তি দূৰ হয়।

বাস্তু শাস্ত্ৰ

বাস্তু শাস্ত্ৰত সকলো বস্তু- সামগ্ৰীৰ দৰে ধন বা টকা ৰখাৰ সঠিক স্থানৰ বিষয়েও উল্লেখ আছে। কোৱা হয়, এই দিশত টকা ৰাখিলে কেতিয়াও আৰ্থিক সমস্যা নহয়।

টকা থোৱাৰ দিশ

যদি ধন ভুল দিশত ৰখা হয় তেন্তে ইয়াৰ প্ৰভাৱ সমগ্ৰ ঘৰখনত পৰে আৰু আৰ্থিক সমস্যা হয়। ইয়াৰ ফলত ঘৰখনত নকৰাত্মক শক্তিৰ প্ৰভাৱো বৃদ্ধি হয়।

নেতিবাচক

পূব দিশত সূৰ্য উদয় হয়। উদয় হোৱা সূৰ্য সফলতা আৰু উন্নতিৰ প্ৰতীক বুলি বিশ্বাস কৰা হয়। গতিকে এই দিশত ধন ৰখা শুভ বুলি কোৱা হয়। এই দিশত ধন ৰাখিলে আৰ্থিক স্থিতি ভাল হয়।

পূব দিশ

উত্তৰ-পূব বা উত্তৰ দিশত ধন ৰখা বহুত ভাল। ধন আৰু অলংকাৰ ৰখা বাকচ উত্তৰ দিশৰ কোঠাৰ দক্ষিণ দেৱালত লগাই থব লাগে। তেনেকৈ ৰাখিলে বাকচ উত্তৰ দিশত খুলা হ'ব। এনে কৰিলে ধন বৃদ্ধি হয়।

উত্তৰ-পূব বা উত্তৰ দিশ

বাস্তু শাস্ত্ৰৰ মতে ঘৰৰ দক্ষিণ-পূব দিশত ধন ৰাখিব নালাগে। এই দিশ ধন ৰখাৰ বাবে ঠিক ঠাই নহয়। এনে কৰিলে ধনৰ সমস্যা হ'ব পাৰে।

এই দিশত নাৰাখিব

চিৰিৰ তলত বাকচ ৰাখিব নালাগে। বাথৰুমৰ ওচৰতো ধন ৰাখিব নালাগে। ধন ৰখা কোঠোতো পৰিস্কাৰকৈ ৰাখিব লাগে আৰু কোনো ধৰণৰ ডাষ্টবিন ৰাখিব নালাগে।

এই স্থানত নাৰাখিব

নিউজিলেণ্ডৰ বিপক্ষে চলিত বাংগালুৰু টেষ্টৰ চতুৰ্থ দিনা আজি দলৰ বিপৰ্যয়ৰ মাজত ছৰফৰাজ খান আৰু ঋষভ পণ্টে ১৭৭ ৰানৰ গুৰুত্বপূৰ্ণ যুটি বান্ধে।

মহাভাৰতৰ ১১ যোদ্ধা