DSP হিচাপে নিযুক্তি পালে  মহম্মদ ছিৰাজে

১২ অক্টোবৰ ২০২৪

 TV9 ASSAM

মহম্মদ ছিৰাজক ডিএছপি হিচাপে নিযুক্তি দিয়া হৈছে। তেলেংগানা চৰকাৰে এটা সিদ্ধান্ত গ্ৰহণ কৰিছে।

তেলেংগানা চৰকাৰৰ সিদ্ধান্ত

অৱশ্যে,  ছিৰাজে একমাত্ৰ ক্ৰিকেটাৰ নহয় যাক  ৰাজ্য চৰকাৰে DSP পদত নিযুক্তি দিছে।

DSP হোৱা একমাত্ৰ ক্ৰিকেটাৰ নহয় ছিৰাজ

তেওঁৰ আগত, আন কিছুমান ভাৰতীয় ক্ৰিকেটাৰও DSP পদ লাভ কৰিছে 

 বহুতো ক্ৰিকেটাৰে এই সন্মান লাভ কৰিছিল 

DSP হিচাপে নিযুক্তি পোৱা ভাৰতীয় খেলুৱৈৰ ভিতৰত হৰভজন সিঙৰ নামো অন্তৰ্ভুক্ত হৈ আছে।

হৰভজন সিং

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়ক হৰমনপ্ৰীত কৌৰকো হৰভজন সিঙৰ দৰে পঞ্জাৱ চৰকাৰে ডিএছপি হিচাপে নিযুক্তি দিছে।

হৰমনপ্ৰীত 

হাৰিয়ানা চৰকাৰে t20 বিশ্বকাপ ২০০৭ৰ ফাইনেলৰ হিৰ' যোগিন্দৰ শৰ্মাক ডিএছপিৰ চাকৰি দিছিল।

যোগিন্দৰ শৰ্মা

 এতিয়া DSP হোৱা খেলুৱৈসকলৰ তালিকাক  মহম্মদ ছিৰাজৰ নামো সন্নিবিষ্ট কৰা হৈছে।  

DSP ক্লাবত ছিৰাজ

দশেৰাৰ শুভেচ্ছা বাৰ্তা

চাবলৈ ক্লিক কৰক