এক বৃ্হৎ ঘোষণা কৰিবলৈ সাজু হৈছে হাৰ্দিক পাণ্ডিয়া!

২৫ অক্টোবৰ ২০২৪

TV9 ASSAM

তাৰকা ভাৰতীয় অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়া এক বৃ্হৎ ঘোষণা কৰিবলৈ সাজু হৈছে। পিছে কি বিষয়ত এই ঘোষণা কৰিব পাণ্ডিয়াই!

হাৰ্দিকৰ ইংগিত

হাৰ্দিক পাণ্ডিয়াই নিজৰ ইনষ্টাগ্ৰাম একাউণ্টৰ ষ্ট’ৰী যোগে তেওঁ এক বৃ্হৎ ঘোষণা কৰিবলৈ ওলাইছে বুলি উল্লেখ কৰে।

ইনষ্টা ষ্ট’ৰী

অৱশ্যে এই ঘোষণা কৰাৰ বাবে কোনো নিৰ্দিষ্ট সময় দিয়া নাই পাণ্ডিয়াই। এই বিষয়ে অতি সোনকালে সকলোকে ক’ব বুলি তেওঁ মাত্ৰ উল্লেখ কৰে।

শীঘ্ৰেই ঘোষণা

বিবাহ, কেৰিয়াৰ, আই পি এলত নেতৃত্ব নে আন কোনো বিষয়! পাণ্ডিয়াৰ এই ঘোষণাৰ বিষয় কি হ’ব এই লৈ এতিয়া আৰম্ভ হৈছে ব্যাপক চৰ্চা।

বিবাহ, কেৰিয়াৰ, নেতৃত্ব?

সম্প্ৰতি টেষ্ট শৃংখলাত ব্যস্ত ভাৰতীয় ক্ৰিকেট দলৰ পৰা বাহিৰত থকা হাৰ্দিক পাণ্ডিয়াই বেটিঙৰ অনুশীলন অব্যাহত ৰাখিছে।

অনুশীলন অব্যাহত

শেহতীয়াকৈ বাংলাদেশৰ বিৰুদ্ধে টি-২০ শৃংখলাত অন্তিমখন আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছিল হাৰ্দিক পাণ্ডিয়াই।

অন্তিম মেচ

এতিয়া নৱেম্বৰ মাহত অনুষ্ঠিত হ’বলগীয়া দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে সীমিত অভাৰৰ শৃংখলাত হাৰ্দিকক পুনৰ দেখা পোৱাৰ সম্ভাৱনা আছে।

আগন্তুক শৃংখলা

পঢ়িবলৈ ক্লিক কৰক

মগু দাইলৰ উৎপত্তি