আলুৱে উজ্জ্বল কৰিব পাৰে আপোনাৰ ছাল

24 July 2024

 TV9 Assam

আলু সকলোৰে প্ৰিয় খাদ্য।

প্ৰিয়

ছালৰ যতনৰ বাবেও আলু আপোনাৰ বাবে উপকাৰী।

ছাল

মুখৰ দাগ আৰু ফ্ৰেকল আদিৰ সমস্যা সমাধান কৰে।

উপকাৰ

ছালখন কোমল আৰু দাগহীন হৈ পৰিব।

আলু আৰু গ্ৰিচাৰিন

সপ্তাহত দুবাৰকৈ ব্যৱহাৰ কৰিলে অতি সোনকালে ছালত ভাল ফল পোৱা যাব।

আলুৰ ৰস

আলুৰ ৰস মুখখন চাফা কৰাৰ পিছত ফলাফল চাব পাৰিব।

কপাহী কাপোৰেৰে 

গতিকে ইয়াক আপোনাৰ ছালৰ যত্নত অন্তৰ্ভুক্ত কৰিব পাৰে।

মহৌষধ

কেটৰিনা-বিকিৰ ছবি

চাবলৈ ক্লিক কৰক