যীশুখ্ৰীষ্টৰ জন্ম-তিথি উপলক্ষে বৰদিন পালন কৰা হয়।

24  Dec 2024

TV9 ASSAM

এই দিনটোত কেক কাটি, গীৰ্জালৈ যোৱা, ইজনে সিজনক উপহাৰ দিয়ে।

পৰম্পৰা

কাইলৈ কেৰলৰ ধ্বনিৰে মুখৰিত হৈ পৰিব চৌদিশ। 

কেৰল

সকলোৱে মিলি মমবাতি জ্বলাই যীশুক প্ৰাৰ্থনা কৰিব।

প্ৰাৰ্থনা

বিশ্বাসৰ ভিত্তিত উদযাপন হয়, বৰদিনত  খ্ৰীষ্টমাছ ট্ৰিৰ বাহিৰেও চান্টাক্লজ থাকে।

বৰদিন

সকলো সৰু ল’ৰা-ছোৱালীয়ে বৰদিনত ছান্টালৈ অপেক্ষা কৰে।

ছান্টা

বৰদিনৰ সময়ত বজাৰত বহু সামগ্ৰী উপলব্ধ হয়।

বজাৰ

হিন্দু আৰু ইছলামধৰ্মী লোকসকলে এই দিনটো পালন নকৰে।

কোনে পালন নকৰে?

চাবলৈ ক্লিক কৰক 

২০২৪ৰ ভয়ানক ছবি