ভেলেণ্টাইন ডে প্ৰেমক  বিশেষভাৱে উদযাপন কৰা এটা দিন।

12 FEB 2025

TV9 ASSAM

প্ৰতি বছৰে ১৪ ফেব্ৰুৱাৰীত পালন কৰা ভেলেণ্টাইন ডে পালন কৰা হয়।

ভেলেন্টাইন ডে

ভেলেণ্টাইন ডে’ত সাধাৰণতে মানুহে ৰঙা ৰং পিন্ধে আৰু উপহাৰ দিয়ে।

বিশেষ

 এজন বা ততোধিক খ্ৰীষ্টিয় শ্বহীদ ছেইণ্ট ভেলেণ্টাইনৰ নামত উচৰ্গিত দিন।

ভেলেণ্টাইন দিৱস কি

 প্ৰতীক হৃদয়ৰ আকৃতিৰ পৰিসীমা, কপৌ আৰু ডেউকা থকা কিউপিড।

প্ৰতীক

প্ৰেমিক-প্ৰেমিকা সকলে নিজৰ প্ৰিয়জনক ফুল বা মৰমৰ বাৰ্তা দিয়ে। 

বাৰ্তা

৯ শতিকাৰ পৰা হাতে লিখা ভেলেণ্টাইন বাৰ্তা আঁতৰি, শুভেচ্ছা প্ৰত্ৰৰ আৰম্ভ হ'ল।

পত্ৰ

এই দিনটো সাধাৰণ মানুহৰ বাবে মাত্ৰ এটা স্বাভাৱিক দিন, কিন্তু প্ৰেম উদযাপনৰ বাবে অতি বিশেষ।

প্ৰেম

চাবলৈ ক্লিক কৰক 

বিতৰ্কত ইনফ্লুৱেন্সাৰ !