এই ২ ৰাশিৰ ওপৰত পৰিব দুৰ্গা মাৰ বিশেষ কৃপা

২ অক্টোবৰ, ২০২৪

হিন্দু ধৰ্মত মা দুৰ্গাৰ বিশেষ মহত্ব আছে। চলিত বৰ্ষত শাৰদীয়া দুৰ্গা পূজা ৯ অক্টোবৰৰ পৰা ১৩ অক্টোবৰলৈ চলিব। অৱশ্যে ২ অক্টোবৰত পৰিছে মহালয়া।

দুৰ্গা পূজা

চলিত বৰ্ষৰ শাৰদীয়া নৱৰাত্ৰি আৰম্ভ হ'ব  ৩ অক্টোবৰৰ পৰা। এই সময়চোৱাত দেৱী দুৰ্গাৰ ৯ টা ৰূপক পূজা কৰা হয়ষ নৱৰাত্ৰিৰ সময়তে দুৰ্গা পূজা পালন কৰা হয়।

নৱৰাত্ৰি

পৌৰাণিক কথা অনুসৰি দুৰ্গা পূজা মা দুৰ্গা নিজৰ সন্তানৰ সৈতে মাকৰ ঘৰলৈ যোৱাৰ প্ৰতীক।  মহালয়াত দুৰ্গাই মাকৰ ঘৰলৈ যাত্ৰা আৰম্ভ কৰে বুলি কোৱা হয়।

মহত্ব

এইবাৰ মা দুৰ্গা ঘোৰাত আহিব। কোৱা হয়, দুৰ্গাই পৃথিৱীৰসকলো বাধা দূৰ কৰে আৰু ভক্তক আশীৰ্বাদ কৰে। সেয়ে এইবাৰো দুৰ্গাক পূজা কৰিবলৈ সাজু হৈছে ভক্তগন।

ঘোৰাত আহিব

জ্যোতিষ শাস্ত্ৰৰ মতে এইবাৰ দুৰ্গা পূজাৰ সময়ত সবাতোকৈ ভাল সময় বৃষ আৰু তুলা ৰাশিৰলোকৰ বাবে। এই সময়চোৱাত এই ৰাশিৰ জাতক-জাতিকাসকলে দুৰ্গাক পূজা কৰিলে ভাল ফল পাব।

ৰাশি

বৃষ ৰাশিৰ অধিপতি শুক্ৰ। যাৰ বাবে মা দুৰ্গাৰ আশীৰ্বাদ এই ৰাশিৰ জাতক-জাতিকাৰ ওপৰত থাকিব। এই ৰাশিৰলোকৰ আয় বৃদ্ধি   হ'ব আৰু কোনো গুৰুত্বপূৰ্ণ কাম সমাধান হ'ব।

বৃষ ৰাশি

 তুলা ৰাশিৰ অধিপতি শুক্ৰ। নৱৰাত্ৰিৰ পৰাই তুলা ৰাশিৰলোকে দুৰ্গাৰ আশীৰ্বাদ লাভ কৰিব। কেৰিয়াৰত উন্নতি হোৱাৰ লগতে শিক্ষাৰ্থীয়ে সফলতা লাভ কৰিব। বাণিজ্যত ভাল।

তুলা ৰাশি

অৱশ্যে এই ৰাশিৰ লোকৰ ওপৰতো দুৰ্গা মাৰ প্ৰভাৱ পৰিব। আয় বৃদ্ধি হোৱাৰ লগতে জীৱনত পৰিবৰ্তন আহিব। চাকৰি, বেপাৰত ভাল। শিক্ষাৰ্থীসকলৰ লগতে বৈবাহিক জীৱনতো ভাল প্ৰভাৱ পৰিব।

সিংহ ৰাশি

পঢ়িবলৈ ক্লিক কৰক

ভাগ্যবান ৰাশি!