ধন লাভৰ বাবে শনিবাৰে কৰক এই কাম

27 November 2024

TV9 ASSAM

ভগৱান শিৱক শনি দেৱৰ গুৰু বুলি কোৱা হয়। সেইবাবে শনিবাৰৰ দিনা কিছুমান বস্তু শিৱলিংগত অৰ্পন কৰিলে শনি দোষৰ পৰা মুক্তি পোৱা যায়।

ভগৱান শিৱ

জ্যোতিষ শাস্ত্ৰ অনুসৰি শিৱ লিংগত ৫ বিধ বস্তু অৰ্পন কৰিলে শনি দোষৰ পৰা মুক্তি লাভ কৰিব পাৰি। গতিকে এনে কৰিলে জীৱনত উন্নতি হয়।

শনি দোষ

শনি দেৱৰ লগত ক'লা তিলক সংযোগ কৰা হয়। শনিবাৰৰ দিনটোত শিৱ লিংগত ক'লা তিল অৰ্পন কৰিলে পিত্ৰ দোষ শান্ত হয় আৰু শনি দোষৰ পৰা মুক্তি পোৱা যায়।

ক'লা তিল

ছামী গছৰ পাত শনি দেৱক অৰ্পন কৰা শুভ বুলি কোৱা হয়। শনিবাৰৰ দিনা শিৱ লিংগক এই গছ অৰ্পন কৰিলে শনি দেৱ সন্তুষ্ট হয় আৰু শনি দোষৰ পৰা মুক্তি পোৱা যায়।

গছৰ পাত

শনিদেৱক ৰহৰ দাইল আগবঢ়োৱা শুভ বুলি কোৱা হয়। শনিবাৰৰ দিনটোত ৰহৰৰ দাইল শিৱলিংগক অৰ্পন কৰিলে শনি দোষৰ পৰা মুক্তি পোৱা যায়।

ৰহৰ দাইল

গংগা জলত পবিত্ৰ বুলি গন্য কৰা হয়। শনিবাৰৰ দিনা শিৱ লিংগত গংগা জল অৰ্পন কৰিলে শনি দোষৰ লগতে বিভিন্ন দোষৰ পৰা মুক্তি পোৱা যায়।

গংগা জল

গাখীৰ শুদ্ধতাৰ প্ৰতীক। শনিবাৰৰ গিনা শিৱলিংগত গাখীৰ আৰু গুড় অৰ্পন কৰিলে শনি দোষৰ লগতে অন্য দোষৰ পৰা মুক্তি পোৱা যায়। অন্য গ্ৰহৰ বেয়া প্ৰভাৱৰ পৰাও ৰক্ষা পোৱা যায়।

গাখীৰ আৰু গুড়

পঢ়িবলৈ ক্লিক কৰক 

উজ্বল ছালৰ উপায়