কিমানখন দেশে ১৫ আগষ্টত স্বাধীনতা দিৱস উদযাপন কৰে?

১৪ আগষ্ট, ২০২৪

 TV9 ASSAM

ভাৰতে ১৫ আগষ্টত স্বাধীনতা দিৱস উদযাপন কৰে। ভাৰতৰ বাহিৰেও আন কেইবাখনো দেশে এই দিনটোত স্বাধীনতা উদযাপন কৰে।

১৫ আগষ্ট 

বিশ্বৰ আৰু ৫খন দেশেও ১৫ আগষ্টত স্বাধীনতা দিৱস উদযাপন কৰে। তেওঁলোক কোন জানো আহক..

আন ৫খন দেশৰ স্বাধীনতা দিৱস

দক্ষিণ কোৰিয়া ১৫ আগষ্টত  স্বাধীন হৈছিল। ১৯৪৫ চনৰ ১৫ আগষ্টত ই জাপানৰ পৰা স্বাধীনতা লাভ কৰে। 

দক্ষিণ কোৰিয়া

উত্তৰ কোৰিয়া(North Korea)য়ো ১৫ আগষ্টত স্বাধীন  হৈছিল।  উত্তৰ কোৰিয়াতো ১৫ আগষ্টৰ দিনটোত বন্ধ থাকে।

উত্তৰ কোৰিয়া

বাহৰেইনে (Bahrain) ১৯৭১ চনৰ ১৫ আগষ্টত ব্ৰিটেইনৰ পৰা স্বাধীনতা লাভ কৰে। ১৫ আগষ্টত দুয়োখন দেশৰ মাজত চুক্তি স্বাক্ষৰিত হৈছিল।

বাহৰেইন

১৯৬০ চনৰ ১৫ আগষ্টত আফ্ৰিকাৰ দেশ কংগোই ফ্ৰান্সৰ পৰা স্বাধীনতা লাভ কৰিছিল। ইয়াৰ পাছত কংগো ডেমোক্ৰেটিক ৰিপাব্লিক অফ কংগোত পৰিণত হয়।

কংগো

১৮৬৬ চনৰ ১৫ আগষ্টত বিশ্বৰ অন্যতম সৰু দেশ লিকটেনষ্টাইন(Liechtenstein) জাৰ্মানীৰ দখলৰ পৰা মুক্ত হৈছিল

লিচেনস্তেইন

পঢ়িবলৈ ক্লিক কৰক 

ফেচ পেক