১৪ আগষ্ট, ২০২৪
TV9 ASSAM
ভাৰতে ১৫ আগষ্টত স্বাধীনতা দিৱস উদযাপন কৰে। ভাৰতৰ বাহিৰেও আন কেইবাখনো দেশে এই দিনটোত স্বাধীনতা উদযাপন কৰে।
বিশ্বৰ আৰু ৫খন দেশেও ১৫ আগষ্টত স্বাধীনতা দিৱস উদযাপন কৰে। তেওঁলোক কোন জানো আহক..
দক্ষিণ কোৰিয়া ১৫ আগষ্টত স্বাধীন হৈছিল। ১৯৪৫ চনৰ ১৫ আগষ্টত ই জাপানৰ পৰা স্বাধীনতা লাভ কৰে।
উত্তৰ কোৰিয়া(North Korea)য়ো ১৫ আগষ্টত স্বাধীন হৈছিল। উত্তৰ কোৰিয়াতো ১৫ আগষ্টৰ দিনটোত বন্ধ থাকে।
বাহৰেইনে (Bahrain) ১৯৭১ চনৰ ১৫ আগষ্টত ব্ৰিটেইনৰ পৰা স্বাধীনতা লাভ কৰে। ১৫ আগষ্টত দুয়োখন দেশৰ মাজত চুক্তি স্বাক্ষৰিত হৈছিল।
১৯৬০ চনৰ ১৫ আগষ্টত আফ্ৰিকাৰ দেশ কংগোই ফ্ৰান্সৰ পৰা স্বাধীনতা লাভ কৰিছিল। ইয়াৰ পাছত কংগো ডেমোক্ৰেটিক ৰিপাব্লিক অফ কংগোত পৰিণত হয়।
১৮৬৬ চনৰ ১৫ আগষ্টত বিশ্বৰ অন্যতম সৰু দেশ লিকটেনষ্টাইন(Liechtenstein) জাৰ্মানীৰ দখলৰ পৰা মুক্ত হৈছিল।
পঢ়িবলৈ ক্লিক কৰক