১৩ জুন ২০২৪
TV9 Assam
শৰীৰক সুস্থ কৰি ৰাখিবলৈ প্ৰটিনৰ প্ৰয়োজন, ইয়াৰ অভাৱৰ বাবে আপুনি বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে
প্ৰটিনে আপোনাৰ হাড়বোৰো শক্তিশালী কৰে। কিন্তু কেতিয়াবা শৰীৰত ইয়াৰ অভাৱৰ বাবে বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে।
শৰীৰত থকা প্ৰ’টিনৰ পৰিমাণ পূৰণ কৰিবলৈ আপুনি খাদ্যাভ্যাসৰ বিশেষ যত্ন ল’ব লাগে।
বেছি প্ৰটিনযুক্ত ফল কোনবোৰ জানক...
প্ৰটিনৰ ক্ষেত্ৰত ফলৰ ভিতৰত মধুৰী আম প্ৰথম। এটা মধুৰী আমত কমেও ৪.২ গ্ৰাম প্ৰটিন পায়।
মধুৰী আম প্ৰটিনযুক্ত হোৱাৰ উপৰিও ভিটামিন চি যথেষ্ঠ থাকে।
এভকাডোৰ পৰা আপুনি প্ৰায় ৩ গ্ৰাম প্ৰ’টিন পাব আৰু কিৱিত থকা প্ৰটিন আৰু ভিটামিন চি দুয়োটাই ওজন কমাবলৈ সহায় কৰে।
চাবলৈ ক্লিক কৰক
Nexon ৰ পৰা MG Astor লৈ