দিন অনুসৰি শিৱ লিংগক আগবঢ়াও এই বস্তু...

২২ জুন, ২০২৪

 হিন্দু ধৰ্মত শিৱ লিংগৰ মহত্ব অধিক। শিৱ লিংগত মানুহে গাখীৰ, পানী আদি আগবঢ়োৱা হয় যদিও দিন অনুযায়ী বস্তু আগবঢ়ালে পোৱা যায় সুফল।

শিৱ লিংগৰ মহত্ব

সোমবাৰে শিৱলিংগক কেঁচা গাখীৰ আগবঢ়াব লাগে। ইয়াৰ চন্দ্ৰ সঠিক হোৱাৰ লগতে মহাদেৱ সন্তুষ্ট হয়।

সোমবাৰ

মঙলবাৰে শিৱ লিংগক মৌ আগবঢ়াব লাগে। ইয়াৰ ফলত মংগলৰ দোষৰ পৰা মুক্ত হোৱা বুলি বিশ্বাস কৰা হয় আৰু কাৰ্য সিদ্ধি হয়।

মঙলবাৰ

বেলপাত ভগৱান শিৱৰ প্ৰিয়। বুধবাৰে শিৱক বেলপাত অৰ্পন কৰিলে সুফল পোৱা যায়। 

বুধবাৰ

এই দিনটোত শিৱক কুহিয়াৰৰ ৰস আগবঢ়ালে জীৱনত সুখ শান্তি বৃদ্ধি হয়। গ্ৰহৰ দোষ আঁতৰে। 

বৃহস্পতিবাৰ

এই দিনটোত শিৱল ৰঙা চন্দন আৰু গোলাপ জল অৰ্পন কৰিব লাগে। এনে কৰিলে শিৱ সন্তুষ্ট হয় বুলি বিশ্বাস আছে। 

শুকুৰবাৰ

এই দিনটোত শিৱ লিংগত ক'লা তিল অৰ্পন কৰিব লাগে। এনে কৰিলে শনিৰ প্ৰভাৱ কম হয়।

শনিবাৰ

এই দিনটোত শিৱ লিংগক পানী আগবঢ়াব লাগে। ইয়াৰ ফলত সূৰ্যৰ দোষ আঁতৰে আৰু জীৱনত উন্নতি হয়।

ৰবিবাৰ

পঢ়িবলৈ ক্লিক কৰক

Yoga For Mental Health: