এই সপোনে দিয়ে বেয়া সময় আৰম্ভ হোৱাৰ সংকেত

13  Nov 2024

TV9 ASSAM

স্বপ্ন শাস্ত্ৰ অনুসৰি আমি টোপনিৰ সময়ত দেখা প্ৰতিটো সপোনৰে কিবা নহয় কিবা অৰ্থ থাকে। ই আমাক বহু কথা কৈ যায়।

স্বপ্ন শাস্ত্ৰ

স্বপ্ন শাস্ত্ৰ অনুসৰি টোপনিৰ সময়ত দেখা সপোনে আমাৰ জীৱনৰ সৈত জড়িত আৰু ভৱিষ্যতে হ'বলগীয়া ঘটনাৰ সংকেত দিয়ে।

সপোনে দিয়ে সংকেত

স্বপ্ন শাস্ত্ৰ অনুসৰি, কিছুমান সপোনে ভৱিষ্যতে হ'বলগীয়া ঘটনাৰ বিষয়ে আমাক জনায়। কিছুমান সপোন অশুভ হয় যিয়ে জীৱনত আহিবলগীয়া সমস্যাৰ সংকেত দিয়ে।

ভৱিষ্যত

সপোনত নিজক তেল লগাই থকা দেখা অত্যন্ত অশুভ। কোৱা হয়, এই সপোনে আপোনাক সংকেত দিয়ে যে ভৱিষ্যতে বহুত বেছি প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰে।

তেল লগোৱা

যদি আপুনি সপোনত নিজকে গাধত উঠি থকা দেখা পাই তেন্তে ই অশুভ। এনে সপোন দেখিলে আপুনি স্বাস্থ্যত গুৰুত্ব দিব লাগে। কোৱা হয়, ধ্বংসৰ পূৰ্বে ৰাৱণে এই সপোন দেখিছিল।

গাধত উঠা

সপোনত কোনো ভৰা গছ বাগৰি পৰা দেখা অত্যন্ত অশুভ। এনে সপোনে ভৱিষ্যতে কোনো ডাঙৰ বেমাৰ বা দুৰ্ঘটনা হোৱাৰ সংকেত দিয়ে বুলি কোৱা হয়।

গছ পৰা

সপোনত নিজৰ বা আন কাৰোবাৰ বিয়া দেখা অত্যন্ত অশুভ। এই সপোনে সংকেত দিয়ে যে আপোনাৰ জীৱনলৈ কোনো ডাঙৰ সমস্যা আহিব পাৰে বা স্বাস্থ্যজনিত সমস্যা হোৱাৰ সম্ভাৱনা থাকে।

বিয়া

পঢ়িবলৈ ক্লিক কৰক 

তুলসী পাত খালে কি হয়