এই ব্যায়ামে আপোনাৰ শৰীৰৰ সমস্যা কৰিব নিমিষতে দূৰ

২০ জুন ২০২৪

 TV9 Assam

দৈনিক যোগাসন কৰিলে আপুনি মানসিক আৰু শাৰীৰিক দুয়োটা দিশতে সুস্থ অনুভৱ কৰিব।

যোগাসন

যোগাসনে শৰীৰৰ লগতে মনকো উপকৃত কৰে।

ব্যায়াম

এই যোগআসনে কেৱল ওজন নিয়ন্ত্ৰণত সহায়ক হোৱাই নহয়, পাচন সম্পৰ্কীয় সমস্যাতো সকাহ দিয়ে।

সহায়ক

পেটৰ চৰ্বি কম কৰাৰ উপৰিও খাদ্য হজমত এই আসনে সহায় কৰে।

বজ্ৰাসন

আপুনি দৈনিক অধো মুখাসন অভ্যাস কৰে তেন্তে ই আপোনাৰ ভৰি,পিঠি আৰু পেটৰ পেশীবোৰ টান কৰে।

অধো মুখাসন

কোষ্ঠকাঠিন্যৰ সমস্যাৰ পৰা সকাহ পাবলৈ পৱনমুক্তাসনও অতি উপকাৰী।

পৱনমুক্তাসন

এই যোগ আসন মেৰুদণ্ড আৰু পেশী শক্তিশালী কৰাৰ লগতে কান্ধৰ বিষ আদি কমোৱাতো উপকাৰী।

উপকাৰী

চাবলৈ ক্লিক কৰক

‘Vada Pav’ ই সলনি কৰিলে ভাগ্য