আজি আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস

21 Mayl 2024

 TV9 Assam

প্ৰতি বছৰে ২১ মে' তাৰিখে গোটেই বিশ্বজুৰি উদযাপন কৰা হয়। 

কিয় পালন কৰে?

ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থায়ে ২০১৯ চনৰ ২১ ডিচেম্বৰত গ্ৰহণ কৰা সংকল্প অনুসৰি এই দিৱস ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰ সমূহে উদযাপন কৰে।

কেতিয়াৰ পৰা পালন কৰে?

চাহৰ ঐতিহাসিক মহত্ত্ব আৰু ইতিহাসৰ বিষয়ে জনসচেতনতা বৃদ্ধিৰ লগতে গোটেই বিশ্বত চাহে পেলোৱা গভীৰ সংস্কৃতিক আৰু অৰ্থনৈতিক প্ৰভাৱৰ বিষয়ে ৰাইজক অৱগত কৰা এই দিৱসৰ মূল লক্ষ্য। 

লক্ষ্য

উদ্দেশ্য

চাহৰ বহনক্ষম উৎপাদন বৃদ্ধিৰ বাবে প্ৰয়োজনীয় বিভিন্ন কাৰ্যপন্থা হাতত লোৱাৰ লগতে চাহ গ্ৰহণৰ গুৰুত্ব আৰু পানীয় হিচাপে ব্যবহাৰ কৰি বিশ্বৰ খাদ্য সংকট আৰু দৰিদ্ৰতাৰ বিৰুদ্ধে যুঁজ দিবলৈ সজাগতা সৃষ্টি কৰা আন্তৰ্জাতিক চাহ দিৱসৰ মুখ্য উদ্দেশ্য।

২০০৪ চনত ৱৰ্ল্ড ছচিয়েল ফৰামত কেইজনমান ভাৰতীয় ব্যক্তিৰ প্ৰচেষ্টাত ২০০৫ চনত নতুন দিল্লীত প্ৰথমবাৰৰ বাবে আন্তৰ্জাতিক চাহ দিৱস উদযাপন কৰা হৈছিল।

প্ৰথম উদযাপন

 ২০১৯ চনৰ ডিচেম্বৰ মাহত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৱে এই দিৱস উদযাপনত অনুমোদন জনায়।

অনুমোদন

চাবলৈ ক্লিক কৰক

আহি আছে অসমীয়া নতুন ছবি