ওপজা দিনটোত বিভিন্নজনে শুভেচ্ছা জনাইছে পৰিনীতিক।

2ঁ2  October 2024

 TV9 Assam

পৰিনীতিয়ে এটা ফিল্মফেয়াৰ বঁটা, এটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছে।

জীৱন

১৯৮৮ চনৰ হাৰিয়ানাৰ আম্বালাত পৰিনীতিৰ জন্ম হয়। 

জন্ম

 প্ৰিয়ংকা চোপ্ৰা, মীৰা চোপ্ৰা আৰু মানাৰা চোপ্ৰা হৈছে পৰিনীতিৰ সম্পৰ্কীয়।

সম্পৰ্ক

সোতৰ বছৰ বয়সত পৰিনীতি ইংলেণ্ডলৈ গৈছিল পৰিনীতি।

কেৰিয়াৰ

সামাজিক মাধ্যমত পৰিনীতিৰ আছে বহু অনুৰাগী।

অনুৰাগী

স্বামী ৰাঘব  চড্ডায়ো জনাইছে শুভেচ্ছা।

স্বামী

বিশেষ দিনটোৰ স্বামীৰ সৈতে বিশেষভাবে উদযাপন কৰিলে পৰিনীতিয়ে।

স্বামী

সোণাক্ষী নেইল

চাবলৈ ক্লিক কৰক