কংগ্ৰেছ দলৰ এজন আগশাৰীৰ নেতা আছিল।

11  October 2024

 TV9 Assam

 প্ৰাক্তন প্ৰয়াত মুখ্যমন্ত্ৰী গৰাকীৰ ৯০তম জন্মবাৰ্ষিকী৷ 

তৰুণ গগৈ

 জন্মবাৰ্ষিকীৰ দিনটোত প্ৰয়াত পিতৃক সোঁৱৰিলে পুত্ৰ গৌৰৱ গগৈয়ে৷

স্মৃতি

সামাজিক মাধ্যমত শুভেচ্ছা জনাই পিতৃক সোঁৱৰে পুত্ৰ গৌৰৱ গগৈয়ে৷

নৱৰাত্ৰি

একেৰাহে তিনিবাৰকৈ অসমৰ বিধানসভা নিৰ্বাচনত বিজয় সাব্যস্ত কৰে।

তৰুণ গগৈৰ অভিলেখ

২০০১ চনৰ পৰা ২০১৬ চনলৈ তেওঁ অসমৰ মুখ্যমন্ত্ৰী হিচাবে দায়িত্ব লয়।

দায়িত্ব

ক'ভিডৰ উত্তৰকালীন সমস্যা আৰু অংগ অচল হৈ পৰাৰ বাবে মৃত্যু হয়।

দেহাৱসান

তৰুণ গগৈৰ প্ৰতিটো সময়ত কাষত থিয় হৈ আছিল পত্নী ডলী গগৈ।

পতি-পত্নী

কুমাৰী পুজা

চাবলৈ ক্লিক কৰক