লক্ষ্মী পূজাৰ দিনা নকৰিব এই কাম

১৬ অক্টোবৰ, ২০২৪

আজি শাৰদ পূৰ্ণিমা অৰ্থাৎ আহিনৰ পূৰ্ণিমা। এই দিনটোতেই উদযাপন কৰা হয় লক্ষ্মী পূজা। সাধৱা মহিলাসকলে লক্ষ্মীক পূজা কৰে আৰু লক্ষ্মী মাই ভক্তক আশীৰ্বাদ দিয়ে।

শাৰদ পূৰ্ণিমা

এই পূৰ্ণিমাৰ সময়ত কিছুমান নিয়ম পালন কৰিব লাগে। এই দিনটোত কিছুমান কাম কৰা বেয়া বুলি ধৰা হয়।

নিয়ম

শাৰদ পূৰ্ণিমাৰ দিনা ভুলতো দিনত শুব নালাগে। দিনত শুলে দেৱী অসন্তুষ্ট হয়।

দিনত শুৱা

লক্ষ্মী পূজাৰ দিনা ক'লা কাপোৰ পৰিধান কৰিব নালাগে। বগা বা উজ্জ্বল কাপোৰ পৰিধান কৰিব লাগে।

কাপোৰ

লক্ষ্মী পূজাৰ দিনা আমিষ খাদ্য খাব নালাগে। এই দিনটোত নিৰামিষ খাদ্য গ্ৰহণ কৰা ভাল।

আমিষ

শাৰদ পূৰ্ণিমাৰ দিনা কাৰো লগত কাজিয়া কৰিব নালাগে। কাজিয়া কৰিলে লক্ষ্মী অসন্তুষ্ট হয়।

কাজিয়া

শাৰদ পূৰ্ণিমাৰ দিনা লক্ষ্মী মাৰ লগতে ভগৱান বিষ্ণুক পূজা কৰা শুভ বুলি গন্যা কৰা হয়। এই দিনটোত ব্ৰতত থাকিব পাৰিলে ভাল। 

শুভ

পঢ়িবলৈ ক্লিক কৰক 

লক্ষ্মী পূজাত কৰক এই কাম