ভিটামিন-ডি বা কেলচিয়ামৰ অভাৱৰ পূৰণ কেনেকৈ কৰিব ?

11 AUG 2024

TV9 ASSAM

ভৰি বা আঁঠুৰ বিষ বা কঁকালৰ বিষ ভিটামিন-ডি বা কেলচিয়ামৰ অভাৱৰ লক্ষণ হ’ব পাৰে ।

অভাৱৰ লক্ষণ

হাড়ৰ বিকাশ, বৃদ্ধি আৰু শক্তিৰ বাবে কেলচিয়াম অতি প্ৰয়োজনীয়। হাড়ৰ স্বাস্থ্যৰ বাবেও ভিটামিন-ডি গুৰুত্বপূৰ্ণ।

ভিটামিন-ডি

খাদ্য তালিকাত কেইটামান খাদ্য ৰাখিলে ভিটামিন-ডি আৰু কেলচিয়ামৰ অভাৱ একেলগে পূৰণ কৰিব পাৰি ।

খাদ্য

ৰঙা মাংস ভিটামিন ডি আৰু কেলচিয়ামৰ অন্যতম উত্তম উৎস। ইয়াত চেলেনিয়াম, ওমেগা-৩ ফেটি এচিড, ভিটামিন-এ, ডি, বি-৬, বি-১২ আদি বহুতো পুষ্টিকৰ উপাদান থাকে।

ৰঙা মাংস

ইউএছডিএৰ তথ্য অনুসৰি, কণীৰ কুহুমত অত্যাধিক পৰিমাণৰ কেলচিয়াম থাকে। ইয়াৰ উপৰিও দৈনন্দিন খাদ্যত কণী ৰাখিলে শৰীৰত ভিটামিন ডিৰ অভাৱো পূৰণ হয় ।

কণীৰ কুহুম

কাঠফুলা প্ৰটিন আৰু ভিটামিনৰ অন্যতম উৎস। ই একমাত্ৰ প্ৰাকৃতিক শাক, য’ত প্ৰাকৃতিকভাৱে ভিটামিন-ডি থাকে। ইয়াৰ উপৰিও ইয়াত কেলচিয়াম থাকে ।

কাঠফুলা

গাখীৰত প্ৰটিন আৰু বিভিন্ন ভিটামিনৰ উপৰিও ইয়াত পৰ্যাপ্ত পৰিমাণৰ কেলচিয়াম থাকে, যিটো হাড়ৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী।

গাখীৰ

পঢ়িবলৈ ক্লিক কৰক

জালুকৰ উপকাৰিতা