মহিলাই সৰ্বাধিক মদ্যপান কৰা ৰাজ্য

11 Oct 2024

TV9 ASSAM

ভাৰতৰত ৭ খন ৰাজ্যৰ মহিলাৰ সৰ্বাধিক মদ্যপান কৰাৰ অভ্যাস আছে । মহিলাসকলে সৰ্বাধিক মদ্যপান কৰা শীৰ্ষ ৭ খন ৰাজ্য চাওঁক ।

শীৰ্ষ ৭ খন ৰাজ্য

অৰুণাচল প্ৰদেশৰ ১৫ পৰা ৪৯ বছৰ বয়সৰ ২৬ শতাংশ মহিলাৰ মদ্যপান কৰাৰ অভ্যাস আছে । পৰম্পৰাগত নিচাযুক্ত পানীয় প্ৰচলনৰ বাবে এই হাৰ বৃদ্ধি পোৱা বুলি প্ৰতিবেদন প্ৰকাশ পাইছে ।

অৰুণাচল প্ৰদেশ

ছিকিমৰ ১৬.২ শতাংশ মহিলাই সুৰা সেৱন কৰে, যাৰ বাবে তালিকাৰ দ্বিতীয় স্থানত আছে ছিকিম ।

ছিকিম

তালিকাৰ তৃতীয় স্থানত আছে অসম । অসমৰ প্ৰায় ৭.৩ শতাংশ মহিলাই সুৰা সেৱন কৰে ।

অসম

তেলেংগানাৰ ৬.৭ শতাংশ মহিলাই সৰ্বাধিক মদ্যপান কৰে । ৰাজ্যখনত চহৰ অঞ্চলৰ মহিলাতকৈ গ্ৰামাঞ্চলৰ মহিলাসকলে সৰ্বাধিক মদ্যপান কৰে ।

তেলেংগানা

ঝাৰখণ্ডত ৬.৩ শতাংশ মহিলাই সুৰা সেৱন কৰে । মানসিক চাপৰ বাবে মহিলাসকলে সৰ্বাধিক মদ্যপান কৰা বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে ।

ঝাৰখণ্ড

আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ ৫ শতাংশ মহিলাই সুৰা সেৱন কৰে । আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ হৈছে তালিকাৰ শীৰ্ষত থকা একমাত্ৰ কেন্দ্ৰীয় শাসিত ৰাজ্য ।

আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ

চত্তিশগড় ৰাজ্যৰ ৫ শতাংশ মহিলাই সুৰা সেৱন কৰে । তালিকাৰ সপ্তম স্থানত থকা এই ৰাজ্যখনৰ মহিলাসকলে মদ্যপান কৰাৰ মূলতে হৈছে-মানসিক চাপ ।

চত্তিশগড়

পঢ়িবলৈ ক্লিক কৰক

হনুমানৰ প্ৰত্যক্ষ প্ৰভাৱ থকা ৫ টা ৰাশি