বাৰিষাৰ দিনত ভ্ৰমণৰ বাবে বাছি লওক এই কেইখন ঠাই

9 July 2024

TV9 ASSAM

বাৰিষা পাহাৰ সৌন্দৰ্য্য অধিক বৃদ্ধি পায় । পাহাৰৰ ওপৰৰ পৰা বৈ অহা নদীৰ নান্দনিক দৃশ্য সকলোকে আকৰ্ষণ কৰে । কিন্তু বাৰিষা কালত পাহাৰত পৰ্যটকৰ সংখ্যা হ্ৰাস পায় ।

নান্দনিক দৃশ্য

এই বাৰিষাৰ সময় ছোৱাত পুৰী আৰু দীঘা ভ্ৰমণ কৰিব পাৰে । 

পুৰী আৰু দীঘা

বিহাৰৰ পৰ্যটন কেন্দ্ৰৰ কথা ভাবিলেই প্ৰথমে মনলৈ আহে বোধ গয়াৰ নাম। কোৱা হয় যে, বুদ্ধই ইয়াত অশ্বত্থ গছৰ তলত বুদ্ধি লাভ কৰিছিল।

 বোধ গয়াৰ

বোধ গয়া এখন সুন্দৰকৈ সজাই তোলা চহৰ। ইয়াত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ উদাহৰণ পাব।

পৰিষ্কাৰ-পৰিচ্ছন্নতা

বিহাৰৰ অন্যতম পৰ্যটন কেন্দ্ৰ ৰাজগীৰ। পাহাৰেৰে আগুৰি থকা এই ঠাইখনলৈ আহিলে ইতিহাসে কথা কয়। ইয়াত আছে প্ৰাচীন মঠ, ৰাজপ্ৰসাদৰ ধ্বংসাৱশেষ। 

পৰ্যটন কেন্দ্ৰ ৰাজগীৰ

নালন্দা ভাৰতৰ আটাইতকৈ পুৰণি বিশ্ববিদ্যালয়। আজিও পৰ্যটনৰ দৃষ্টিকোণৰ পৰা ই এক অতি সুন্দৰ ঠাই। চীনৰ যাত্ৰী হিউৱেন ছাং ইয়ালৈ আহি দুবছৰ থাকিল।

নালন্দা 

ইতিহাসেৰে চহকী এখন স্থান হৈছে বিহাৰৰ বৈশালী। প্ৰত্নতাত্ত্বিক স্থান, বৈশালী এসময়ত লিচ্ছাৱী শাসকসকলৰ ৰাজধানী আছিল। 

বিহাৰৰ বৈশালী

পঢ়িবলৈ ক্লিক কৰক

বিখ্যাত পৰ্যটন গাঁও