ভুলতো ক্ষমা নকৰিব সংগীৰ এইসমূহ ভুল...

16 December, 2024 

TV9 ASSAM

 সম্পৰ্কত বুজা বুজি থকা দৰকাৰ। সম্পৰ্কত কিছু কথা এৰা ধৰাৰ মাজেৰে চলিব লাগে, কিন্তু কেতিয়াও সংগীৰ কিছুমান ভুল ক্ষমা কৰিব নালাগে।

বুজা বুজি

যদি কোনোৱে আপোনাৰ বিশ্বাসঘাটকতা কৰে তেন্তে সেই সংগীৰ লগত পুনৰ সম্পৰ্ক স্থাপন কৰিব নালাগে।  এনে কৰিলে সম্পৰ্কত অশান্তি দেখা দিয়ে।

বিশ্বাসঘাটকতা

যদি সংগীয়ে আপোনাক শাৰীৰিক অত্যাচাৰ কৰে তেন্তে সেই সংগীৰ লগত থাকিব নালাগে। এবাৰ আপোনাৰ ওপৰত হাত তোলাৰ পাছতেই আঁতৰি আহিব লাগে।

শাৰীৰিক অত্যাচাৰ

যদি আপোনাৰ সংগীয়ে আপোনাৰ প্ৰতিটো কথাত হস্তক্ষেপ কৰে তেতিয়া তেওঁ পৰা আঁতৰি থাকক। যদি আপোনাৰ কেৰিয়াৰত কোনোৱে হস্তক্ষেপ কৰে তেন্তে তেনে মানুহৰ পৰা আঁতৰা ভাল।

হস্তক্ষেপ

যদি আপোনাৰ সংগীয়ে আপোনাৰ পিতৃ মাতৃক অসন্মান কৰি কথা কয় আৰু পাছত ক্ষমা খোজে তেন্তে তেনে মানুহক বাৰে বাৰে  ক্ষমা কৰিব নালাগে।

সন্মান

যদি আপোনাৰ সংগীয়ে  আপোনাক বাৰে বাৰে মিছা কথা কয়, তেন্তে ই শুভ লক্ষণ নহয়। মিছা কথাত সম্পৰ্ক বেছিদিন ভালে নাথাকে।

মিছা কোৱা

যদি সংগীয়ে আপোনাক সন্মান নকৰে বা বাৰে বাৰে আত্মসন্মানত আঘাত কৰে তেন্তে  তেনে ব্যক্তিৰ সৈতে থাকিব নালাগে। 

আত্মসন্মানত আঘাত

পঢ়িবলৈ ক্লিক কৰক 

বছৰৰ শেষ পূৰ্ণিমা