হাফলং ডিমা হাছাও জিলাত অৱস্থিত।

2 Dec 2024

TV9 ASSAM

অসমৰ পৰ্বতীয়া অঞ্চলসমূহৰ ভিতৰত হাফলং অন্যতম৷

হাফলং

অসমৰ একমাত্ৰ পৰ্বতীয়া ষ্টেচন বা আস্থান৷

ষ্টেচন

শীতৰ সময়ত এই স্থানত যথেষ্ঠ মানুহে ভিৰ কৰে।

হাফলং

হাফলঙৰ প্ৰাকৃতিক পৰিৱেশে সকলোকে আকৰ্ষিত কৰে।

হাফলং

হাফলঙলৈ পোনপটিয়াভাৱে আকাশীযানৰ ব্যৱস্থা নাই৷

হাফলং

পাহাৰীয়া চহৰ হাফলং পাইন গছৰ দ্বাৰা আবৃত আৰু নীলা অৰ্কিডৰে ভৰা।

প্ৰকৃতি

 অসমৰ ছুইজাৰলেণ্ড বুলিও কোৱা হয়।

বিশেষ স্থান

চাবলৈ ক্লিক কৰক 

চাইনাচৰ লক্ষণ?