ভাৰতৰ এইসমূহ ঠাইত যাব নোৱাৰে কোনো ভাৰতীয়!

২৪ অক্টোবৰ, ২০২৪

TV9 ASSAM

ভাৰতত ধুনীয়া ঠাইৰ অভাৱ নাই। পাহাৰ, নদী, গছ-গছনি আদি প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপুৰ ভাৰত। যাৰ বাবে বিশ্বৰ বহু প্ৰান্তৰ পৰা ভাৰতলৈ পৰ্যটকৰ আগমন ঘটে।

ধুনীয়া ঠাই

কিন্তু আমাৰ দেশতে এনে কিছুমান ঠাই আছে যি বহু ধুনীয়া কিন্তু তাত কোনোৱে যাব নোৱাৰে। ইয়াৰ কাৰণ সুৰক্ষা, বিবাদিত ঠাই বা অন্য কাৰণ থাকে। ধুনীয়া হোৱাৰ পাছতো এই ঠাইলৈ পৰ্যটক যাব নোৱাৰে।

যাব নোৱাৰে

এই আইলেণ্ড আন্দামান নিকোবৰ দ্বীপপুঞ্জত আছে।  এই ঠাইত বিশ্বৰ সবাতোকৈ পুৰণি আদিবাসীলোক থাকে। এই লোকসকলৰ আজিৰ পৃথিৱীৰ লগত কোনো সম্পৰ্ক নাই।

নৰ্থ ছেন্টিনেল আইলেণ্ড

আদিবাসী জনজাতিয়ে বাহিৰৰ কাৰো লগত সম্পৰ্ক নাৰাখে। কোনোৱে তেওঁলোকৰ ওচৰলৈ গ'লে হিংসুক হৈ পৰে আৰু হত্যা কৰে। এই ঠাইত ভাৰতীয় সেনাও যাব নোৱাৰে।

আদিবাসী

আক্সাই চীন স্বৰ্গপুৰীৰ দৰে। ইয়াত নিমখৰ হ্ৰদ, বেলী আৰু কৰাকশ নদী আছে। কিন্তু কোনো ভাৰতীয় এই ঠাইলৈ যাব নোৱাৰে। এই ঠাই বিবাদিত। ভাৰতে এই মাটি নিজৰ বুলি কয় যদিও ১৯৬৩ চনত চীনে ইয়াক অধিগ্ৰহণ কৰিছিল।

আক্সাই চীন, লাডাখ

আন্দামান নিকোবৰত অৱস্থিত এই আইলেণ্ডত ভাৰতৰ একমাত্ৰ সক্ৰিয় জ্বলামুখী আছে।  এই ঠাইতো কোনো মানুহে যাব নোৱাৰে।

বৈৰণ আইলেণ্ড

মুম্বাইস্থিত এই চেন্টাৰলৈ পৰ্যটক যাব নোৱাৰে। ই ভাৰতৰ নিউক্লিয়াৰ ৰিচাৰ্চ চেন্টাৰ। গৱেষক আৰু ছাত্ৰ-ছাত্ৰীৰ বাহিৰে ইয়াক অন্য কোনোৱে প্ৰৱেশ কৰিব নোৱাৰে।

ভাভা এটোমিক ৰিচাৰ্চ চেন্টাৰ

সবাতোকৈ ওখ হ্ৰদৰ ভিতৰত ই অন্যতম। তিব্বত সীমান্তৰ কিছু নিলগত ই আছে। ইয়াত কেৱল ছিকিম আৰক্ষী, ভাৰতীয়য় সেনা আৰু প্ৰশাসনৰলোকে যাব পাৰে।

চোলামু লেক, ছিকিম

পঢ়িবলৈ ক্লিক কৰক 

এনেকৈ আলু খালে শকত নহয়