ওজন হ্ৰাস কৰাৰ ক্ষেত্ৰত হালধিৰ উপকাৰিতা

24 SEP 2024

TV9 ASSAM

ওজন নিয়ন্ত্ৰণত ৰাখিবলৈ সময়মতে খাদ্য খোৱা, নিয়ম অনুসৰি শাৰীৰিক ব্যায়াম কৰা আদিৰ ওপৰত গুৰুত্ব দিয়ক ।

গুৰুত্ব দিয়ক

দ্য আমেৰিকান জাৰ্নেল অৱ ক্লিনিকেল নিউট্ৰিচনত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি হালধিয়ে ওজন কমোৱাত সহায় কৰে।

ওজন কমোৱাত সহায় কৰে

হালধিত কাৰকুমিন নামৰ যৌগ থাকে, যিয়ে নন-এলক’হলিক ফেটি লিভাৰ ডিজিজ, পলিচিষ্টিক অভাৰী চিনড্ৰম আৰু মেটাবলিক চিনড্ৰমৰ সমস্যা হ্ৰাস কৰাত সহায় কৰে। অৰ্থাৎ হালধিয়ে ওজন কমোৱাত সহায় কৰে।

কাৰকুমিন নামৰ যৌগ থাকে

হালধিত এন্টিঅক্সিডেন্ট আৰু এন্টি-ইনফ্লেমেটৰী উপাদান থাকে। ই শাৰীৰিক প্ৰদাহ কমোৱাত সহায় কৰে আৰু মেদবহুলতাৰ দৰে দীৰ্ঘদিনীয়া সমস্যাৰ পৰা মুক্তি পায়।

প্ৰদাহ কমোৱাত সহায় কৰে

কেতিয়াবা হৰম’নৰ ভাৰসাম্যহীনতাৰ বাবে ওজন বৃদ্ধি পায়। পিচিঅ’এছৰ সমস্যা হ'লে দ্ৰুতগতিত ওজন বৃদ্ধি পায় আৰু ওজন কমোৱাটো কঠিন। কিন্তু হালধিয়ে এই সমস্যাৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে ।

পিচিঅ’এছৰ সমস্যা

বিপাকীয় ক্ৰিয়া ভাল নহ’লে ওজন হ্ৰাস কৰাটো কঠিন হৈ পৰে । কিন্তু হালধি খালে এই মেটাবলিক চিনড্ৰমৰ বিৰুদ্ধে যুঁজ দিয়ে আৰু ওজন হ্ৰাস পায়।

বিপাকীয় ক্ৰিয়া 

যিকোনো খাদ্যত হালধি দিব পাৰে। ইয়াৰ বাহিৰেও ৰাতিপুৱা খালী পেটত কেঁচা হালধি খাব পাৰে। হালধি আৰু হালধিৰ ৰস উলিয়াই নেমুৰ ৰসৰ লগত মিহলাই খাব পাৰে।

খালী পেটত কেঁচা হালধি খাব

পঢ়িবলৈ ক্লিক কৰক

ওজন নিয়ন্ত্ৰণত ৰাখিবলৈ অধিক উপকাৰী