আজিৰে পৰা ৫ দিনীয়া কাৰ্যসূচীৰে দিল্লীত আৰম্ভ  টিভি9 ফেষ্টিভেল অৱ ইণ্ডিয়া  

৯ অক্টোবৰ ২০২৪

 TV9 ASSAM

আজিৰ পৰা ৫ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে টিভি9 ফেষ্টিভেল অৱ ইণ্ডিয়া।  দিল্লীৰ মেজৰ ধ্যানচান্দ ষ্টেডিয়ামত আয়োজন কৰা হৈছে এই উৎসৱৰ।

টিভি9 ফেষ্টিভেল অৱ ইণ্ডিয়া

৯ অক্টোবৰৰ পৰা ১৩ অক্টোবৰলৈ চলিব এই উৎসৱ।  এই কাৰ্যসূচীত বহু দেশৰ ২৫০খনতকৈও অধিক ষ্টল আছে।

কেতিয়ালৈ চলিব?

টিভি9 ফেষ্টিভেল অৱ ইণ্ডিয়া সাংস্কৃতিক বৈচিত্ৰ্য আৰু উদযাপনৰ বাবে জনাজাত। মেজৰ ধ্যানচান্দ ষ্টেডিয়ামত ৫ দিনলৈ এই উৎসৱ উপভোগ কৰিব পাৰিব। 

ধ্যানচান্দ ষ্টেডিয়ামত আয়োজন 

এই উৎসৱ কেইবাটাও লাইভ অনুষ্ঠান চোৱাৰ সুযোগ লাভ কৰিব। ইয়াত আপুনি বিশ্বৰ বিভিন্ন জীৱনশৈলীৰ সৈতে পৰিচিত হ'ব পাৰিব। 

মনোৰঞ্জন

৯ অক্টোবৰ ষষ্ঠীত দেৱী বোধন, আৰু মেলা উদ্বোধন কৰা হ'ব।  ১০ অক্টোবৰ সপ্তমীত নৱপত্রিকা প্রৱেশ, চক্ষুদন আৰতি আৰু পুষ্পাঞ্জলিৰ লগতে পূজাৰ আয়োজন।

৯- ১০ অক্টোবৰৰ কাৰ্যসূচী

১১ অক্টোবৰ মহাষ্টমীত সন্ধি পূজা আৰু ভোগ আৰতি। ১২ অক্টোবৰ মহানৱমীত নৱমী পূজা আৰু প্ৰসাদ বিতৰণ। ১৩ অক্টোবৰত বিজয়াদশমীৰ দিনা সেন্দূৰ খেল, দেৱী পূজাৰ সৈতে এই উৎসৱৰ সামৰণি পৰিব।

১১-১২ অক্টোবৰৰ কাৰ্যসূচী

টিভি9 নেটৱৰ্কৰ নিউজ ডাইৰেক্টৰ হেমন্ত শৰ্মাই কয় যে, দুৰ্গা পূজা শক্তি সাধনাৰ উৎসৱ আৰু আমি লোকমংগলৰ বাবে শক্তিক পূজা কৰো।

টিভি9ৰ নিউজ ডাইৰেক্টৰে কি ক'লে?

নৱৰাত্ৰিৰ সময়ত  নিষিদ্ধ বিবাহ!

চাবলৈ ক্লিক কৰক