গীত-নৃত্যৰে মুখৰিত TV9ৰ ভাৰত মহোৎসৱ

12 Oct 2024

TV9 ASSAM

দিল্লীৰ মেজৰ ধ্যান চান্দ ষ্টেডিয়ামত চলি আছে TV9ৰ ভাৰত মহোৎসৱ । ৯ অক্টোবৰৰ পৰা আৰম্ভ হোৱা TV9ৰ ভাৰত মহোৎসৱ ১৩ অক্টোবৰ কাইলৈ সামৰণি পৰিব ।

কাইলৈ সামৰণি পৰিব

দণ্ডিয়া নৃত্যৰে ভাৰত মহোৎসৱৰ দৰ্শনাৰ্থীক মনোমুগ্ধ কৰিলে নৃত্যশিল্পীয়ে। নৃত্যশিল্পীৰ তালত তাল মিলাই দণ্ডিয়া নাচিলে দৰ্শনাৰ্থীসকলেও ।

দণ্ডিয়া নৃত্য

কোনোবাই যদি নাচি নাচি দণ্ডিয়া নৃত্য উপভোগ কৰিছে, কোনোবাই আকৌ হাত চাপৰি বজাই উপভোগ কৰিলে দণ্ডিয়া নৃত্য ।

চাপৰি বজাই উপভোগ

গীত-নৃত্যৰ উপৰিও TV9ৰ ভাৰত মহোৎসৱত উপলব্ধ দেশ-বিদেশৰ ২৫০ খনতকৈ অধিক বিপনী।

বিপনী

এই বিপনীসমূহত মেকআপ প্ৰডাক্টৰ পৰা আৰম্ভ কৰি বিভিন্ন ঘৰুৱা সামগ্ৰী উপলব্ধ। সমান্তৰালভাৱে বিদেশৰ জনপ্ৰিয় সাজ-পোছাক বিপনীসমূহত উপলব্ধ ।

সামগ্ৰী উপলব্ধ

দেশৰ বিভিন্ন প্ৰান্তৰ জনপ্ৰিয় খাদ্যও বিপনীত সমূহত উপলব্ধ হৈছে । তদুপৰি TV9 ফেষ্টিভেল অৱ ইণ্ডিয়াত থকা ইৰাণৰ ষ্টলত উপলব্ধ হৈছে সুস্বাদু খেজুৰ।

জনপ্ৰিয় খাদ্য

ইয়াৰ সমান্তৰালভাৱে কোৰিয়াৰ গহনা আৰু থাইলেণ্ডৰ সামগ্ৰীও TV9ৰ ভাৰত মহোৎসৱ উপলব্ধ হৈছে ।

কোৰিয়াৰ গহনা

পঢ়িবলৈ ক্লিক কৰক

কণীৰ উপকাৰিতা