ছোৱালীসকলে ভাল পায় প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ এই পদ্ধতি

6 Feb 2025

TV9 ASSAM

ভেলেণ্টাইন উইকৰ দ্বিতীয় দিনা প্ৰপ’জ ডে’ উদযাপন কৰা হয়। এই দিনটোত মানুহে আপোনজনক প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ বাবে নতুন নতুন উপায় বিচাৰে।

প্ৰপ’জ ডে’

ছোৱালীসকলে  তেনেবোৰ ল’ৰাক ভাল পায় যিয়ে তেওঁলোকক প্ৰতিটো অনুষ্ঠানতে বিশেষ অনুভৱ কৰাব পাৰে। এই প্ৰপ’জ ডে’ত আপুনি আপোনাৰ প্ৰিয় ছোৱালীজনীৰ ওচৰত এনেদৰে প্ৰেম প্ৰকাশ কৰিব পাৰে।

প্ৰেম প্ৰকাশ

প্ৰেমৰ প্ৰস্তাৱ দিবলৈ প্ৰথমে তেওঁক ৰোমান্টিক ডেটত লৈ যাওক আৰু তেওঁৰ পছন্দৰ বস্তু অৰ্ডাৰ কৰক। সকলো কাম সঠিকভাৱে কৰিবলৈ চেষ্টা কৰিব, কিন্তু অতিমাত্ৰা নেদেখাব।

ৰোমান্টিক ডেট

সকলোকে প্ৰস্তাৱ দিবলৈ কেৱল LOVE YOU বুলি কোৱা হে দেখা যায়। কিন্তু ছোৱালীবোৰ এই কথাত বিৰক্ত হয়। নতুন ধৰণেৰে প্ৰেমৰ প্ৰস্তাৱ আগবঢ়াবলৈ আপুনি এই কাম কৰিব পাৰে...

ছায়েৰী

প্ৰেম পত্ৰ লিখাটো হয়তো অতি ফিল্মী আৰু পুৰণি ধাৰণা হ’ব পাৰে। কিন্তু এনে প্ৰস্তাৱ ছোৱালীবোৰে বৰ ভাল পায়। যদি আপুনি আপোনাৰ অনুভৱ প্ৰকাশ কৰাত দ্বিধাবোধ কৰিছে তেন্তে প্ৰেম পত্ৰ আপোনাৰ বাবে সৰ্বোত্তম হ’ব।

প্ৰেম পত্ৰ

আপোনাৰ প্ৰিয় ছোৱালীজনীক প্ৰপ’জ কৰাৰ লগতে তেওঁৰ গোটেই পৰিয়ালটোকো প্ৰপ’জ কৰিব পাৰে। ছোৱালীবোৰে এই পদ্ধতিটো খুব পচন্দ কৰে।

পৰিয়ালক জড়িত কৰক

ছোৱালীসকলে উপহাৰ বৰ ভাল পায়। বিশেষকৈ যেতিয়া তেওঁলোকৰ নিজৰ সংগীয়ে দিয়ে। যদি আপুনি সদায় আপোনাৰ পুৰণি স্মৃতিবোৰ সংৰক্ষণ কৰিব বিচাৰে, তেন্তে আপুনি এটা কাষ্টমাইজড উপহাৰ তৈয়াৰ কৰিব পাৰে।

কাষ্টমাইজড উপহাৰ 

চাবলৈ ক্লিক কৰক 

 প্ৰপ’জ ডে’