এই দিশত ভৰি দি নুশুব, হেৰুৱাই পেলাব সকলো...

১১ আগষ্ট, ২০২৪

Tv9 Assam

বাস্তু শাস্ত্ৰত দিশ আৰু ব্যক্তিৰ বিভিন্ন কথাকলৈ বহু নিয়ম আছে। বিশ্বাস কৰা হয়, বাস্তু শাস্ত্ৰৰ নিয়ম মানি চলিলে জীৱনত উন্নতি হয়।

বাস্তু শাস্ত্ৰ

বাস্তু শাস্ত্ৰত মানুহে পুৱা শুই উঠাৰ পৰা নিশা শুৱালৈকে নিয়ম আছে। এই নিয়ম পালন কৰিলে ব্যক্তি লাভৱান হয়।

নিয়ম

 বাস্তু শাস্ত্ৰৰ নিয়ম পালন নকৰিলে মানুহৰ বহু বেয়া হয়। ইয়াৰ ফলত আৰ্থিক সমস্যাৰ লগতে বেমাৰ আদিও হ'ব পাৰে।

লোকচান

হিন্দু ধৰ্ম আৰু বাস্তু শাস্ত্ৰ অনুসৰি ব্যক্তিয়ে কি দিশত ভৰি দি শুৱে তাৰ প্ৰভাৱ শাৰীৰিক আৰু মানসিক দিশক পৰে। বাস্তু শাস্ত্ৰ অনুসৰি দক্ষিণ দিশত ভৰি দি শুব নালাগে।

ভৰি নিদিব

ব্যক্তিয়ে দক্ষিণ দিশত ভৰি দি শুব নালাগে। কাৰণ কোনোলোকৰ মৃত্যু হ'লে তেতিয়া তেওঁৰ মৃতদেহ দক্ষিণ আৰু মূৰ উত্তৰ দিশত ৰাখে।

কাৰণ

দক্ষিণ দিশত ভৰি দি শুলে মানুহৰ শৰীৰৰ শক্তি ক্ষয় হয়। পুৱা ভাগৰ লাগে। দক্ষিণ দিশত যমদূত , দুষ্ট শক্তিয়ে বাস কৰে।

যমদূত

বাস্তু শাস্ত্ৰ অনুসৰি পূব দিশত সূৰ্য উদয় আৰু এই দিশত দেৱ-দেৱীয়ে বাস কৰে। পূৱ দিশত ভৰি দি শুলে দেৱতাৰ অপমান কৰা হয়।

পূৱ দিশ

দক্ষিণ দিশত মংগল গ্ৰহ থাকে। এই দিশত ভৰি দি শুলে মংগলৰ দোষ হয়। মংগল দোষে শৰীৰৰ ক্ষমতা কম কৰে, আয়ুস কমা, ৰোগ দোষ আদিৰ সৃষ্টি কৰে।

মংগল দোষ

পঢ়িবলৈ ক্লিক কৰক

ৰুদ্ৰাক্ষতকৈ শক্তিশালী