দীপাৱলীত অনুসৰণ কৰক এই বাস্তু টিপছ, লাভ কৰিব দেৱী লক্ষ্মীৰ আশীৰ্বাদ! 

১৭ অক্টোবৰ ২০২৪

 TV9 ASSAM

দীপাৱলী উৎসৱক ধন আৰু সমৃদ্ধিৰ প্ৰতীক বুলি গণ্য কৰা হয়। সঠিক বাস্তু টিপছ গ্ৰহণ কৰি  বৃদ্ধি কৰিব পাৰিব ইতিবাচক শক্তি আৰু ধন ।

দীপাৱলী

বাস্তুৰ মতে, লক্ষ্মী পূজাৰ বাবে উত্তৰ-পূব দিশ বাছনি কৰক। ইয়াক উত্তৰ-পূব কোণ বুলি কোৱা হয় আৰু ইয়াক আটাইতকৈ শুভ দিশ বুলি গণ্য কৰা হয়।

লক্ষ্মী পূজাৰ স্থান

বাস্তুৰ মতে, উত্তৰ বা উত্তৰ-পূব দিশত ধন আৰু গহনা ৰাখক। ই অৰ্থনৈতিক পৰিস্থিতি উন্নত ৰাখে। 

ধন ৰখাৰ স্থান 

মূল দুৱাৰখন পৰিষ্কাৰ কৰা আৰু সজোৱাটো অতি গুৰুত্বপূৰ্ণ। দুৱাৰত ৰংগোলী  আৰু আম বা অশোক পাতৰ তোৰণ বনাওক। ই ঘৰলৈ ইতিবাচক শক্তি আনে।

মুখ্য দুৱাৰ 

বাস্তু শাস্ত্ৰৰ মতে, ঘৰত ধন ৰখা স্থান বা আলমাৰি এনেদৰে ৰাখিব যাতে ইয়াৰ মুখখন উত্তৰ দিশৰ ফালে থাকে। তাত দেৱী লক্ষ্মীৰ ফটো আৰু মুদ্ৰা ৰাখক।

ধনৰ ভঁৰাল

ঘৰৰ নেতিবাচক শক্তি আঁতৰাবলৈ, এটা বাটিত নিমখ লৈ  ঘৰৰ কোণত ৰাখক। দেৱালীৰ পাছত ইয়াক সলনি কৰক। 

নিমখৰ ব্যৱহাৰ

বাস্তুৰ মতে, দেৱালীৰ আগতে ঘৰৰ পৰা ভঙা বা বেয়া  ইলেক্ট্ৰনিক সঁজুলিসমূহ আঁতৰাওক। এইবোৰে ঘৰৰ নেতিবাচক শক্তি বৃদ্ধি কৰে আৰু বিত্তীয় সমস্যা আনিব পাৰে।

বেয়া ইলেক্ট্ৰনিক সঁজুলি

কাতি বিহুৰ  শুভেচ্ছা বাৰ্তা…

চাবলৈ ক্লিক কৰক