ঘৰৰ দুৱাৰত ওলোমাই দিয়ক এই বিধ বস্তু, পাব সুফল

১৯ ছেপ্টেম্বৰ, ২০২৪

 বাস্তু শাস্ত্ৰ মতে ঘৰৰ মূল দুৱাৰখন বহুত গুৰুত্বপূৰ্ণ। এই দুৱাৰখনে ঘৰত ইতিবাচক আৰু নেতিবাচক শক্তি প্ৰৱেশ কৰাত গুৰুত্ব বহন কৰে।

মুখ্য দুৱাৰ

বাস্তু শাস্ত্ৰত ঘৰৰ মূল দুৱাৰকলৈ বহু উপায় উল্লেখ আছে। ইযাৰে কিছুমান উপায় আছে যাৰ দ্বাৰা ঘৰত ধন বৃদ্ধি হয়।

উপায়

ইলাচি বহুত শুভ হয়।  পূজাতো ইয়াৰ ব্যৱহাৰ কৰা হয় । ঘৰৰ মূল দুৱাৰত ইলাচিৰ টোপোলা এটা বান্ধি দিয়াতো ভাল।

ইলাচি

ঘৰৰ মূল দুৱাৰত ইলাচিৰ টোপোলা এটা বান্ধি দিলে ঘৰত ইতিবাচক শক্তিৰ উৎপন্ন হয়  আৰু নেতিবাচক শক্তিৰ প্ৰভাৱ কমে।

 ইতিবাচক শক্তি

ইলাচিয়ে ধন অহাত সহায় কৰে বুলি কোৱা হয়। ইয়াৰ টোপোলা বান্ধি দিয়ে ঘৰ ধনেৰে উপচি পৰে আৰু আৰ্থিক সমস্যা দূৰ হয়।

 ধন লাভ

ইলাচিৰ পৰা ভাল গোন্ধ  ওলাই যিয়ে মন শান্ত কৰাত সহায় কৰে। মূল দুৱাৰত ইলাচি বান্ধি দিয়ে ঘৰত সুখ- শান্তি বৃদ্ধি হয় বুলি কয়।

সুখ- শান্তি

ঘৰখনক বেয়া নজৰৰ পৰা ৰক্ষা কৰিবলৈ ইলাচিয়ে কাম কৰে। ঘৰৰ প্ৰতিগৰাকী ব্যক্তিৰ ওপৰত থকা বেয়া নজৰ ৰোধ হয়।

বেয়া নজৰ

পঢ়িবলৈ ক্লিক কৰক 

৯৯ টকাত চিনেমা