টকা-পইচাৰ সমস্যাই দেখা দিছে যদি নকৰিব এই কাম

১৫ অক্টোবৰ,২০২৪

জীৱনত বহু কথা মানুহে কেতিয়াবা আঁতৰাই চলে। কিন্তু সকলো কথা আঁতৰি চলিব নালাগে। কিয়নো কিছুমান অভ্যাসে মানুহক সমস্যাত পেলায়।

অভ্যাস

বাস্তু শাস্ত্ৰৰ অনুসৰি,আজি কালি বহু মানুহে নিশা দেৰিকৈ শুৱে আৰু পুৱা সোনকালে উঠে। যদি এনে অভ্যাস আছে তেন্তে এয়া সলনি কৰা দৰকাৰ।

অভ্যাস সলনি কৰক

নিশা দেৰিলৈ শুলে চন্দ্ৰৰ লগত জড়িত দোষ হয় আৰু ব্যক্তিৰ মানসিক চাপ বৃদ্ধি হয়। গতিকে নিশা সোনকালে শুব লাগে।

নিশা

বাথৰুম চাফাকৈ ৰাখিব লাগে। যদি বাথৰুম লেতেৰাকৈ ৰাখে তেন্তে ৰাহু- কেতুৰ দোষ হয়। লেতেৰা বাথৰুমৰ বাবে মানুহৰ জীৱনত বহু সমস্যা হয়।

বাথৰুম

নিশা খাদ্য গ্ৰহণ কৰাৰ পাছত লেতেৰা বাচন থৈ নিদিব।বাস্তু শাস্ত্ৰ মতে এনে কৰিলে ঘৰত আৰ্থিক সমস্যাৰ সৃষ্টি হয়।

টকা-পইচা

আপুনি ঘৰৰ য'তে ত'তে জোতা চেণ্ডেল ৰাখে নেকি,যদি ৰাখে এই অভ্যাস বাদ দিয়ক। এনে কৰিলে জীৱনক আৰ্থিক সমস্যাৰ লগতে বহু সমস্যাই দেখা দিয়ে।

জোতা-চেণ্ডেল

ঘৰৰ ওচৰৰ গছ-গছনি কেতিয়াও শুকাব নালাগে। প্ৰতিদিনে গছ-গছনিত সাৰ-পানী দি থাকিব লাগে। তেতিয়া ঘৰত টকা- পইচাৰ সমস্যা নহয়।

গছ-গছনি

পঢ়িবলৈ ক্লিক কৰক

মূৰৰ বিষৰ কাৰণ