ঘৰ মোচা পানীত এই সামগ্ৰী মিহলালে দূৰ হয় আৰ্থিক সমস্যা

২৩ অক্টোবৰ, ২০২৪

TV9 ASSAM

বাস্তু শাস্ত্ৰ অনুসৰি ঘৰত ৰখা সামগ্ৰী, দিশ আদিয়ে বহু কথা নিৰ্ধাৰণ কৰে। কেৱল এয়াই নহয় ঘৰৰ সদস্যৰ দ্বাৰা কৰা কামেও বাস্তু শাস্ত্ৰৰ দোষৰ কাৰণ হ'ব পাৰে।

বাস্তু শাস্ত্ৰ

বাস্তু শাস্ত্ৰ অনুসৰি, কিছুমান নিয়ম পালন কৰিলে বাস্তু শাস্ত্ৰ্ৰৰ দোষ নোহোৱা হয়। ঘৰৰ মোচাকলৈও বাস্তু শাস্ত্ৰত নিয়ম আছে। সেই নিয়ম পালন কৰিলে বহু শুভ ফল পোৱা যায়।

ঘৰ মোচা

ঘৰ মোচাৰ সময়ত কিছুমান বিশেষ কথাৰ ওপৰত গুৰুত্ব দিব লাগে।মান্যতা অনুসৰি বাস্তুৰ নিয়ম পালন কৰিলে ব্যক্তৰি জীৱনৰ পৰা নকৰাত্মক শক্তি দূৰ হয় আৰু জীৱনত শান্তি আহে।

বাস্তু নিয়ম

ঘৰ মোচাৰ সময়ত পানীত নিমখ মিহলি কৰিব লাগে। এনে কৰিলে বাস্তু দোষ আৰু নকৰাত্মক শক্তিৰ প্ৰভাৱ কৰে। ইযাৰ লগতে ঘৰ আনন্দৰে ভৰি পৰে।

নিমখ

বাস্তু শাস্ত্ৰ অনুসৰি মঙলবাৰ, বৃহস্পতিবাৰ আৰু ৰবিবাৰে পানীত নিমখ মিহলি কৰিব নালাগে।. এনে কৰিলে জীৱনত বেয়া প্ৰভাৱ পৰে আৰু অসুবিধাৰ সৃষ্টি হয়।

দিন

বাস্তু শাস্ত্ৰ অনুসৰি, ঘৰ মোচা পানীত ফিটকৰী মিহলালে আৰ্থিক স্থিতি ভাল হয়। ইয়াৰ দ্বাৰা বাস্তু দোষৰ পৰা মুক্তি পোৱা যায় আৰু জীৱন সুখদায়ক হয়।

ফিটকৰী

বাস্তু শাস্ত্ৰ অনুসৰি নিমখ আৰু ফিটকৰী মিহলোৱাৰ সময়ত এই কথাত গুৰুত্ব দিব লাগে যে মোচা সামগ্ৰী বিধ বহু পুৰণি আৰু ধূলিৰে ভৰা হ'ব নালাগে।সদায় চাফা কাপোৰ ব্যৱহাৰ কৰিব লাগে।

গুৰুত্ব

পঢ়িবলৈ ক্লিক কৰক

অৰ্জুনৰ ৭ টা বিশেষ গুণ