ঘৰৰ এই দিশত ধন ৰাখিলে বৃদ্ধি হয় আৰ্থিক সমস্যা

3 November,2024 

 TV9 Assam

বাস্তু শাস্ত্ৰ প্ৰতিটো বস্তু ৰখাৰ সঠিক দিশৰ বিষয়ে উল্লেখ আছে। যদি প্ৰতিটো বস্তু সঠিক দিশত ৰখা হয় তেন্তে জীৱনত সুখ সমৃদ্ধি হয়। ইয়াৰোপৰি ঘৰত ইতিবাচক শক্তিৰ প্ৰভাৱ বাঢ়ে।

বাস্তু শাস্ত্ৰ

বাস্তু শাস্ত্ৰত ধন ৰখাৰ দিশ সন্দৰ্ভতো উল্লেখ আছে। বিশ্বাস অনুসৰি বাস্তু শাস্ত্ৰৰ মতে ধন ৰাখিলে আৰ্থিক উন্নতি হয়। আনহাতে দিশ ভুল হ'লে টকা-পইচাৰ অভাৱ হয়।

ধন ৰখাৰ দিশ

বাস্তু শাস্ত্ৰ অনুসৰি ধন ভুল দিশত ৰখা অত্যন্ত ক্ষতিকাৰক। এনে কৰিলে ঘৰৰ আৰ্থিক দিশৰ ওপৰত নকৰাত্মক প্ৰভাৱ পৰে। তেতিয়া আৰ্থিক সমস্যাই দেখা দিয়ে।

নেতিবাচক

বাস্তু শাস্ত্ৰ অনুসৰি ঘৰৰ দক্ষিণ- পূব দিশত কেতিয়াও ধন ৰাখিব নালাগে। এই দিশটো ধন ৰখাৰ বাবে শুভ নহয় বুলি কোৱা হয়।

এই দিশত নাৰাখিব

ঘৰৰ দক্ষিণ-পূব দিশত ধন ৰাখিলে অলাগতিয়াল খৰচ হয়। যাৰ ফলত আৰ্থিক সমস্যাই দেখা দিয়ে আৰু ঋণ বৃদ্ধি হয় বুলি কোৱা হয়।

আৰ্থিক সমস্যা

ইয়াৰোপৰি ঘৰৰ পশ্চিম দিশত ধন ৰখা অশুভ বুলি গন্য কৰা হয়। এই দিশত ধন, আ- অলংকাৰ আদি ৰাখিলে আৰ্থিক সমস্যাই দেখা দিয়ে।

দিশ

বাস্তু শাস্ত্ৰ অনুসৰি ঘৰৰ উত্তৰ-পূব দিশত ধন ৰাখিব লাগে। এই দিশত ধন ৰাখিলে আৰ্থিক সমস্যা দূৰ হয় আৰু ঘৰৰ উন্নতি হয়।

এই দিশত ৰাখক

পঢ়িবলৈ ক্লিক কৰক 

ভাৰতৰ প্ৰথমটো মছজিদ