৪ নৱেম্বৰ, ২০২৪
TV9 ASSAM
ঘৰত সন্ধিয়া চাকি জ্বলোৱাৰ পৰম্পৰা বহুত পুৰণি। ধৰ্মীয় বিশ্বাস মতে নিতৌ চাকি জ্বলোৱা লোকৰ ঘৰত দেৱী লক্ষ্মী বাস কৰে।
চাকি জ্বলোৱাৰ নিয়ম সম্পৰ্কেও শাস্ত্ৰত উল্লেখ কৰা হৈছে। এনে অৱস্থাত ঘৰৰ কোন স্থানত দৈনিক চাকি জ্বলাব লাগে জানো আহক।
ধৰ্মীয় বিশ্বাস অনুসৰি ঘৰত দৈনিক সন্ধিয়া এগচি চাকি জ্বলালে ঘৰৰ পৰিৱেশ শান্তি-সমৃদ্ধিৰে ভৰি পৰে।
প্ৰতিদিনে সন্ধিয়া ঘৰৰ মূল প্ৰৱেশদ্বাৰৰ ওচৰত ঘিঁউৰ চাকি জ্বলাব লাগে। মূল প্ৰৱেশদ্বাৰত এগচি চাকি জ্বলালে ঘৰৰ পৰিৱেশত নেতিবাচক প্ৰভাৱ নপৰে।
প্ৰতিদিনে সন্ধিয়া ঘৰৰ মূল প্ৰৱেশদ্বাৰৰ ওচৰত চাকি জ্বলালে দেৱী লক্ষ্মীৰ আগমন ঘটে আৰু ব্যক্তিজনৰ উপাৰ্জন বৃদ্ধি পায়।
বাস্তুৰ মতে দৈনিক ঘিঁউৰ চাকি জ্বলাই ঘৰৰ উত্তৰ-পূব কোণত ৰখাটো অতি শুভ কাৰ্য হিচাপে বিবেচিত হয় আৰু ধন-সম্পত্তিৰ আগমন ঘটায়।
এই স্থানত চাকি জ্বলাওঁতে চাকিৰ শিখা উত্তৰ দিশমুৱা হ’ব লাগে। এই নিয়ম মানি চলিলে ঘৰত কেতিয়াও ধনৰ অভাৱ নহয়।
পঢ়িবলৈ ক্লিক কৰক
কেতিয়া আৰু ক’ত হ’ব আই পি এল ২০২৫ৰ নিলাম?