আপুনিও পাকঘৰত ডাষ্টবিন ৰাখে নেকি?

২৮ আগষ্ট, ২০২৪

Tv9 Assam

বাস্তু শাস্ত্ৰ মতে পাকঘৰৰ মহত্ব অধিক। পাকঘৰৰ ভাল বেয়া প্ৰভাৱ সমগ্ৰ ঘৰ আৰু ঘৰৰ সদস্যৰ ওপৰত পৰে।

পাকঘৰ

ঘৰৰ মন্দিৰৰ পাছতেই পাকঘৰত পবিত্ৰ স্থান বুলি গন্য কৰা হয়। পাকঘৰত কাম কৰাৰ সময়ত বহু জাবৰ ওলায়। প্লাষ্টিক , শাক-পাচলিৰ অৱশিষ্ট আদি।

পবিত্ৰ স্থান

এনে জাবৰ অথবা অৱশিষ্ট খাদ্য পেলাবলৈ পাকঘৰত মানুহে ডাষ্টবিন ব্যৱহাৰ কৰে। এই ডাষ্টবিনক লৈ বাস্তু শাস্ত্ৰত কিছু নিয়ম আছে।

ডাষ্টবিন

বাস্তু শাস্ত্ৰ অনুসৰি পাকঘৰত ডাষ্টবিন ৰাখিব পাৰি।  কিন্তু ইয়াক সঠিক দিশত ৰাখিলেহে ফল পোৱা যায়। নহ'লে সমস্যা হ'ব পাৰে।

দিশ

বাস্তু শাস্ত্ৰৰ মতে ডাষ্টবিন সদায় ভাল দিশত ৰাখিব লাগে। ভুল দিশত ৰাখিলে নকৰাত্মক শক্তি আৰু দৰিদ্ৰতাই দেখা দিয়াৰ সম্ভাৱণা আছে।

ভুল দিশ

বাস্তু শাস্ত্ৰৰ মতে ডাষ্টবিন ৰখাৰ বাবে দক্ষিণ দিশটো ভাল। ইয়াৰ লগতে দক্ষিণ পশ্চিমক মাজতো ডাষ্টবিন ৰাখিব পাৰি।

সঠিক দিশ

কেতিয়াও উত্তৰ দিশত ডাষ্টবিন নাৰাখিব। কিয়নো এই স্থান ভগৱানৰ বুলি কোৱা হয়। এই দিশত ডাষ্টবিন ৰাখিলে দৰিদ্ৰতা, ঘৰত কাজিয়া আদি হ'ব পাৰে।

এই দিশত নাৰাখিব

পঢ়িবলৈ ক্লিক কৰক 

বিচাৰিছে নেকি ভাল স্মৃতি শক্তি?