কেতিয়াও আদান-প্ৰদান নকৰিব এই সামগ্ৰী

7 Nov 2024

TV9 ASSAM

বাস্তু শাস্ত্ৰৰ মতে যেতিয়া মানুহে কিছুমান বস্তুৰ আদান-প্ৰদান কৰে তেন্তে ইয়াৰ প্ৰভাৱ জীৱনত পৰে। লগতে দুয়োজনৰ ভিতৰত থকা উৰ্জা প্ৰৱেশ কৰে।

বাস্তু নিয়ম

বাস্তু শাস্ত্ৰ মতে কিছুমান বস্তুৰ লেনদেন কৰা অশুভ।এই সামগ্ৰী গ্ৰহণ কৰিলে বা আনক দিলে জীৱনত নকৰাত্মক প্ৰভাৱ পৰে।

নকৰাত্মক

কেতিয়াও জোতা- চেণ্ডেল আদান প্ৰদান কৰিব নালাগে। বাস্তু শাস্ত্ৰত এনে কৰাতো অশুভ বুলি গন্য কৰা হয়।

জোতা-চেণ্ডেল

কেতিয়াও আঙুঠি আদান- প্ৰদান কৰিব নালাগে। এনে কৰিলে নকৰাত্মক শক্তিৰ প্ৰভাৱ পৰে।

আঙুঠি

কোৱা হয়, কেতিয়াও আনক পিন্ধা কাপোৰ দিব নালাগে। জ্যোতিষ শাস্ত্ৰৰ মতে, এনে কৰিলে গ্ৰহ নক্ষত্ৰৰ ওপৰত প্ৰভাৱ পৰে।

কাপোৰ

কেতিয়াও আনৰ ঘড়ী পিন্ধিব নালাগে আৰু নিজৰ ঘড়ী আনক দিব নালাগে। ঘড়ী আদান প্ৰদান কৰা অতি অশুভ।

ঘড়ী

বাস্তু শাস্ত্ৰৰ মতে কেতিয়াও আনে ব্যৱহাৰ কৰা ফনী ব্যৱহাৰ কৰিব নালাগে। ইয়াৰ সংযোগ ভাগ্যৰ লগত থাকে বুলি কোৱা হয়।

ফনী

কেতিয়াও আনৰ কলম ব্যৱহাৰ কৰিব নালাগে। বা নিজেও আনৰ কলম লব নালাগে। এনে কৰা অশুভ বুলি গন্য কৰা হয়।

কলম

পঢ়িবলৈ ক্লিক কৰক 

পুৱাই কৰক এই মন্ত্ৰ জপ