পাকঘৰত কেতিয়াও শেষ হ'ব নালাগে এই কেইবিধ সামগ্ৰী

৩ অক্টোবৰ, ২০২৪

বাস্তু শাস্ত্ৰত ঘৰৰ থকা বিভিন্ন সামগ্ৰীৰ দিশৰ বিষয়ে কয়।বাস্তুত পাকঘৰকলৈও কিছু নিয়ম আছে। এই নিয়ম পালন নকৰিলে সমস্যা হ'ব পাৰে।

বাস্তু শাস্ত্ৰ

বাস্তু শাস্ত্ৰত পাকঘৰক ঘৰ এখনৰ গুৰুত্বপূৰ্ণ অংশ বুলি ধৰা হয়। কিয়নো মা অন্নপুৰ্ণাই ইয়াত বাস কৰে। সেয়ে পাকঘৰত কিছুমান বস্তু কেতিয়াও শেষ হ'ব নালাগে।

পাকঘৰ

চাউল খোৱাৰ লগতে পূজা পাঠ আদিতো ব্যৱহাৰ কৰা হয়। বাস্তু শাস্ত্ৰৰ মতে চাউল শেষ হ'লে শুক্ৰ দুৰ্বল হয়। যাৰ ফলত ব্যক্তিৰ আৰ্থিক সমস্যাৰ সৃষ্টি হয়।

চাউল

পাকঘৰৰ আন এক গুৰুত্বপূৰ্ণ বস্তু হ'ল আটা। পাকঘৰত এই বস্তু নথকাটো অশুভ বুলি গণ্য কৰা হয়। ইয়াৰ দ্বাৰা মান সন্মান হানি হয় বুলি কোৱা হয়।

আটা

হালধী খাদ্য আৰু শুভ কামত ব্যৱহাৰ কৰা হয়। ভগৱান বিষ্ণুৰ লগত হালধীৰ সম্পৰ্ক আছে। পাকঘৰত হালধী শেষ হোৱা বেয়া বুলি কোৱা হয়। সুখ- শান্তি নোহোৱা হয়।

হালধী

বাস্তু শাস্ত্ৰ মতে পাকঘৰত কেতিয়াও নিমখ শেষ হ'ব নালাগে। নিমখ শেষ হ'লে নকৰাত্মক শক্তিৰ প্ৰভাৱ বেছি হয় বাস্তু দোষ লাগে।

নিমখ

বেছিভাগে খাদ্য বনোৱাৰ বাবে সৰিয়হ তেল ব্যৱহাৰ কৰে। সৰিয়হ তেল শনিদেৱক আগবঢ়োৱা হয়। যাৰ বাবে পাকঘৰত তেল শেষ হ'ব নালাগে। নহ'লে শনি অসন্তুষ্ট হয়।

তেল

পঢ়িবলৈ ক্লিক কৰক 

ভাগ্যশালী  ৰাশি