এই পদ্ধতিৰে দূৰ কৰক ঋণৰ সমস্যা

২৫ ছেপ্টেম্বৰ, ২০২৪

প্ৰায় প্ৰতিগৰাকী ব্যক্তিৰে ধনৰ লগত জড়িত সমস্যা থাকে। কেতিয়াবা এই সমস্যা শেষ হোৱাৰ নামেই নলয়। অৱশ্যে বাস্তু শাস্ত্ৰত ইয়াৰ সমাধান আছে।

ধনৰ সমস্যা

বাস্তু শাস্ত্ৰৰ নিয়ম পালন কৰিলে এনে সমস্যা দূৰ হয় বুলি কোৱা হয়।  জানক, কি উপায়ৰ দ্বাৰা দূৰ হয় ঋণৰ সমস্যা।

বাস্তু শাস্ত্ৰ

যদি আপুনি বহু দিন ধৰি ঋণৰ সমস্যাত ভুগি আছে তেন্তে ঘৰ বা ব্যৱসায়ীক স্থলত ধন জমা ৰখাৰ স্থান সলনি কৰিব লাগে। উত্তৰ দিনত ধন ৰখা শুভ বুলি কোৱা হয়।

ঋণ

যদি উত্তৰ দিনত ধন জমা ৰাখে তেন্তে ঋণৰ সমস্যাৰ পৰা মুক্ত হয় বুলি কোৱা হয়। কেৱল ঋণেই নহয়, ধনৰ লগত জড়িত সমস্যা দূৰ হয়।

এই কাম কৰক

আপুনি ধন জমা ৰখা ঠাইত মা লক্ষ্মী বা কুবেৰ দেৱতাৰ ফটো ৰাখিব পাৰে। ইয়াৰ ফলতো ধনৰ সমস্যা দূৰ হয় বুলি কয়।

অন্য উপায়

সন্ধিয়াৰ সময়ত আপোনাৰ ঘৰৰ মুখ্য দুৱাৰত ঘিউৰ চাকি জ্বলোৱা ভাল বুলি কোৱা হয়। ইয়াৰ ফলত আৰ্থিক সমস্যা দূৰ হয়।

চাকি

ঘৰৰ ধন ৰখা ঠাইখিনি সদায় পৰিস্কাৰকৈ ৰাখিব লাগে। চাফ-চিকুন নাথাকিলে সেই ঠাইত মা লক্ষ্মী নাহে বুলি কোৱা হয়।

চাফ- চিকুন

ঘৰৰ ধন ৰখা ঠাইখিনি সদায় পৰিস্কাৰকৈ ৰাখিব লাগে। চাফ-চিকুন নাথাকিলে সেই ঠাইত মা লক্ষ্মী নাহে বুলি কোৱা হয়।

Yoga for Hair