বাস্তু শাস্ত্ৰৰ এই উপায়ে কম কৰিব আপোনাৰ খং

২৫ জুলাই, ২০২৪

Tv9 Assam

বাস্তু শাস্ত্ৰ অনুসৰি যদি আপোনাৰ সৰু সৰু কথাতে খং উঠে তেন্তে ৰঙা ৰঙৰ কাপোৰ নিপিন্ধিব। ঘৰৰ দেৱাল, বিচনা চাদৰ,পৰ্দা আদি কতোৱে ৰঙা ৰং ব্যৱহাৰ নকৰিব। কোঠাত পাতল নীলা আৰু বগা ৰঙৰ বস্তু ব্যৱহাৰ কৰক।

ৰং

বাস্তু শাস্ত্ৰ অনুসৰি দক্ষিণ- পূৱ দিশ (অগ্ৰিকোণ)ত শুলে খং বেছি হয়। গতিকে এই দিশত বহা বা শোৱাৰ পৰা বিৰত থাকক।

দিশ

শুৱাৰ পূৰ্বে দক্ষিণফালে মূৰ দি শুৱক।  লগতে কাষত এটি ক্ৰিষ্টেল বল বা এখন প্লেটত ফিটকৰীৰ টুকুৰা ৰাখিব পাৰে।

কৰক এই কাম

ঘৰৰ পূৱ দিশত প্ৰতিদিনে পুৱা আৰু সন্ধিয়া বন্তি জ্বলাওক। ইয়ে আপোনাৰ খং নিয়ন্ত্ৰণ কৰিব। এই দিশত ওজন থকা বস্তু নাৰাখিব।

বন্তি

বস্তু শাস্ত্ৰ মতে লেতেৰা পৰিৱেশে খং বঢ়ায়। গতিকে ঘৰ সদায় চাফাকৈ ৰাখিব লাগে। গছ- গছনি ৰুব লাগে।

চাফা

ঘৰত পানীৰ স্ৰোত যেনে একুৰিয়াম বা অন্য এনে বস্তু থাকিব লাগে। উত্তৰ- পূৱ দিশত ইয়াক ৰাখিব লাগে।

একুৰিয়াম

ঘৰত ভাল গোন্ধৰ ধূপ বা অন্য সামগ্ৰী ৰাখিব লাগে। ইয়ে মগজু শান্ত কৰি ৰাখে। ঘৰ পোহৰ কৰি ৰাখিব লাগে। 

ধূপ-ধূনা

পঢ়িবলৈ ক্লিক কৰক

শাওণৰ শুভ দিন