নিৰামিষ নে আমিষ? কোনটো খাদ্যত বেছি ভিটামিন থাকে?

১০ জুলাই, ২০২৪

Tv9 Assam

শৰীৰ স্বাস্থ্যৱান ৰাখিবলৈ, পৰ্যাপ্ত পৰিমাণত ভিটামিন, খনিজ আৰু ফাইবাৰ আহৰণ কৰাটো অত্যাৱশ্যক

ভিটামিন অত্যাৱশ্যক

 প্ৰায়ে মানুহৰ মনত এটা প্ৰশ্ন থাকে যে নিৰামিষ আৰু আমিষ খাদ্যৰ মাজত কোনবোৰ খাদ্য অধিক পুষ্টিত পোৱা যায়

ভিটামিন সমৃদ্ধ খাদ্য

 নাৰায়ণ হাস্পতালৰ জ্যেষ্ঠ পৰামৰ্শদাতা ডাঃ পংকজ বাৰ্মাই কয় যে দুয়োটাতে  বিভিন্ন ধৰণে পুষ্টি পোৱা যায়

বিশেষজ্ঞই কি কয়

 নিৰামিষ  খাদ্যত ফাইবাৰ , ভিটামিন, খনিজ আৰু এণ্টিঅক্সিডেণ্ট থাকে। এইবোৰে হৃদৰোগ আৰু ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখে

নিৰামিষ  খাদ্য

আমিষ খাদ্যত প্ৰ'টিন, ভিটামিন বি ১২, লো, জিংক আৰু অমেগা-3, ফেটি এচিড সমৃদ্ধ। এইবোৰে পেশীবোৰ স্বাস্থ্যৱান ৰাখে

আমিষ খাদ্য

বিশেষজ্ঞসকলে কয়, অধিক আমিষ খাদ্যগ্ৰহণে উচ্চ কলেষ্ট্ৰ'ল, হৃদৰোগ আৰু কৰ্কট ৰোগৰ দৰে ৰোগৰ আশংকা বৃদ্ধি কৰিব পাৰে

ৰোগৰ আশংকা

যিকোনো ব্যক্তিয়ে তেওঁৰ শাৰীৰিক প্ৰয়োজনীয়তা অনুসৰি নিৰামিষ  বা আমিষ খাদ্য খাব লাগে। ইয়াৰ বাবে বিশেষজ্ঞৰ পৰামৰ্শ লওক

বিশেষজ্ঞৰ পৰামৰ্শ

পঢ়িবলৈ ক্লিক কৰক

ব্যায়াম