TV9 ASSAM
অভিলেখ সৃষ্টিৰে অষ্ট্ৰেলিয়াৰ পাৰ্থ টেষ্টৰ দ্বিতীয় ইনিংছত শতক অৰ্জন কৰিবলৈ সক্ষম হয় বিৰাট কোহলীয়ে।
বিৰাট কোহলীয়ে ৪৯১ দিনৰ পাছত টেষ্ট ফৰ্মেটত শতক অৰ্জন কৰিবলৈ সক্ষম হৈছে । ইয়াৰ পূৰ্বে ২০২৩ চনৰ ২০ জুলাইত শতক অৰ্জন কৰিছিল বিৰাটে ।
অপ্ৰতিৰোধ্য গতিত পুৰণি অভিলেখ ভংগ কৰি নতুন অভিলেখ সৃষ্টিৰে অষ্ট্ৰেলিয়াৰ মাটিত ১৪৩টা বলত সপ্তমটো শতক অৰ্জন বিৰাট কোহলীৰ ।
শচীন টেণ্ডুলকাৰক অতিক্ৰম কৰি আটাইতকৈ কম ইনিংছত ৯ টা শতক অৰ্জন কৰা প্ৰথম গৰাকী খেলুৱৈ হিচাপে পৰিগণিত হৈছে বিৰাট কোহলী।
শচীন টেণ্ডুলকাৰৰ ৰেকৰ্ড ভংগ কৰি অষ্ট্ৰেলিয়াৰ মাটিত টেষ্ট ক্ৰিকেটত সৰ্বাধিক ৭ টা শতক অৰ্জন কৰিছে বিৰাট কোহলীয়ে।
শচীন টেণ্ডুলকাৰে অষ্ট্ৰেলিয়াৰ মাটিত নিজৰ কেৰিয়াৰত ৬ টা শতক অৰ্জন কৰিছিল। সমান্তৰালভাৱে গাভাস্কাৰে অৰ্জন কৰিছিল ৫ টা শতক।
আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ৮১ টা শতক অৰ্জন কৰা বিৰাট কোহলী ক্ৰিকেটৰ ইতিহাসত এই কৃতিত্ব অৰ্জন কৰা দ্ৰুত খেলুৱৈ হিচাপে পৰিগণিত হৈছে।
পঢ়িবলৈ ক্লিক কৰক