ভিজা অবিহনে ভ্ৰমণ কৰক

29 July 2024

 TV9 Assam

দক্ষিণ-পূব এছিয়াৰ দেশ মালয়েছিয়া ভ্ৰমণৰ বাবে ভিছাৰ প্ৰয়োজন নাই। প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰা এই দেশত ভ্ৰমণৰ খৰচো বেছি নহয়।

মালয়েছিয়া

একেদৰে ইণ্ডোনেছিয়া ভ্ৰমণৰ বাবেও ভাৰতীয় পৰ্যটকৰ বাবে ভিছাৰ প্ৰয়োজন নাই । ভিজাৰ অবিহনে এই দেশখন ভ্ৰমণ কৰিব পাৰিব ।

ইণ্ডোনেছিয়া

দ্বীপৰাষ্ট্ৰ ফিজি, প্ৰশান্ত মহাসাগৰীয় এই দেশখন ভ্ৰমণ কৰিবলৈ ভিছাৰ প্ৰয়োজন নাই।

দ্বীপৰাষ্ট্ৰ ফিজি

মৰিচাছ বিশ্বৰ পৰ্যটকৰ মাজত অতি জনপ্ৰিয় । মৰিচাছ ভ্ৰমণৰ বাবে প্ৰয়োজন নহয় ভিজা ।

মৰিচাছ

ভাৰতৰ ওচৰৰে ম্য়ানমাৰলৈ যাবলৈও ভিজাৰ প্ৰয়োজন নহয় ।

ম্য়ানমাৰ

ভাৰতৰ চুবুৰীয়া দেশ নেপাল ভ্ৰমণৰ বাবেও ভিছাৰ প্ৰয়োজন নাই। ইয়াৰ লগতে ভাৰতীয়সকলে ভিছা অবিহনে শ্ৰীলংকা ভ্ৰমণ কৰিব পাৰে।

নেপাল, শ্ৰীলংকা

ভিছা অবিহনে কাটাৰ, ওমান আদি মধ্যপ্ৰাচ্যৰ দেশ ভ্ৰমণ কৰিব পাৰিব।

কাটাৰ, ওমান

পঢ়িবলৈ ক্লিক কৰক

সাপে কামোৰিলে কি কৰিব ?