কৰ্কট ৰোগৰ এটা কাৰণ হৈছে ভিটামিনৰ অভাৱ

18 AUG 2024

TV9 ASSAM

কেইবাটাও গৱেষণাৰ পৰা দেখা গৈছে যে, কিছুমান বিশেষ ভিটামিনৰ অভাৱত কেন্সাৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়।

কেন্সাৰ হোৱাৰ সম্ভাৱনা

ভিটামিন চি এন্টিঅক্সিডেন্ট থাকে। এই ভিটামিনৰ অভাৱত পেট আৰু হাওঁফাওঁত কৰ্কট ৰোগৰ সম্ভাৱনা বৃদ্ধি পায়।

ভিটামিন চি 

যদি আপোনাৰ শৰীৰত ভিটামিন ডিৰ অভাৱ হয় তেন্তে স্তন কেন্সাৰ আৰু ক’লন কেন্সাৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়।

ভিটামিন ডি

ভিটামিন ইত এন্টিঅক্সিডেন্ট থাকে, যিয়ে ফ্ৰী ৰেডিকেলৰ বিৰুদ্ধে যুঁজ দিয়ে আৰু কেন্সাৰ প্ৰতিৰোধত সহায় কৰে।

ভিটামিন ই

শৰীৰত ভিটামিন এৰ অভাৱ হ’লে হাওঁফাওঁ, খাদ্যনলী আৰু পেটত কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়।

ভিটামিন এ

ওমেগা-৩ ফেটি এচিডে শৰীৰত প্ৰষ্টেট আৰু স্তন কেন্সাৰৰ সম্ভাৱনা হ্ৰাস কৰাত সহায় কৰে।

ওমেগা-৩ 

কেন্সাৰৰ আশংকাৰ পৰা আঁতৰি থাকিব বিচাৰিলে জীৱনশৈলীৰ ওপৰত গুৰুত্ব দিব লাগিব । 

 জীৱনশৈলীৰ ওপৰত গুৰুত্ব

পঢ়িবলৈ ক্লিক কৰক

কিংবদন্তিৰ দৰে কেৰিয়াৰ বিচাৰে নীৰজে