তৰমুজৰ অপকাৰিতা

22 May 2024

গৰমৰ দিনত সকলোৰে প্ৰিয় তৰমুজ। তীব্ৰ গৰমত সকাহ পোৱাৰ বাবে তৰমুজৰ কোনো তুলনা নাই। টুকুৰা টুকুৰ কৰা তৰমুজ হওক বা তৰমুজৰ ৰস হওক, ইয়াক সকলোৱে ভাল পায়। 

 সকলোৰে প্ৰিয় তৰমুজ

তৰমুজত প্ৰচুৰ পৰিমাণে ভিটামিন এ, চি আৰু পটাছিয়াম থাকে। ফলত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ পৰা চকুৰ বাবে উপকাৰী। ইয়াত অধিক পৰিমাণৰ থাকে ।

 ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি

তৰমুজত পানী আৰু অন্যান্য পুষ্টিকৰ উপাদান থাকে যদিও অতিৰিক্তভাৱে খাব নালাগে। বেছিকৈ তৰমুজ খালে বিভিন্ন শাৰীৰিক সমস্যাৰ সৃষ্টি হ’ব পাৰে।

অতিৰিক্তভাৱে খাব নালাগে

তৰমুজত ৮০ শতাংশ পানী থাকে। বেছিকৈ তৰমুজ খালে হাইড্ৰেচনৰ সমস্যা হ’ব পাৰে। ইয়াৰ ফলত ডায়েৰিয়া, গেছ, বদহজম আৰু পেট ফুলাৰ দৰে সমস্যা হ’ব।

হাইড্ৰেচনৰ সমস্যা

তৰমুজত প্ৰচুৰ পৰিমাণে পটাছিয়াম থাকে। সুস্থ শৰীৰৰ বাবে পটাছিয়াম যেনেকৈ গুৰুত্বপূৰ্ণ, শৰীৰত অতিৰিক্ত পটাছিয়ামে হৃদযন্ত্ৰৰ ক্ষতি কৰিব পাৰে। 

হৃদযন্ত্ৰৰ ক্ষতি কৰিব

তৰমুজত চেনিৰ পৰিমাণ বেছি। গতিকে বেছিকৈ তৰমুজ খালে তেজত চুগাৰৰ মাত্ৰা বৃদ্ধি পাব পাৰে।

 চুগাৰৰ মাত্ৰা বৃদ্ধি

অধিক তৰমুজ খালে হাইড্ৰেচনৰ সমস্যা হ’ব পাৰে। যাৰ ফলত মূৰৰ বিষে বৃক্কতো প্ৰভাৱ পেলাব পাৰে।

 বৃক্কতো প্ৰভাৱ পেলাব

পঢ়িবলৈ ক্লিক কৰক

আমৰ অপকাৰিতা