ওজন বাঢ়িলে মগজুত কি প্ৰভাৱ পৰে?

8 Nov 2024

TV9 ASSAM

বহু মানুহ ওজন বৃদ্ধিক লৈ সমস্যাত পৰে। ইয়াৰ বাবে মানুহে ব্যায়াম বা ডায়েট আদি কৰাও দেখা যায়। অত্যাধিক ওজন বৃদ্ধি শৰীৰত বহু বেয়া প্ৰভাৱ পেলায়।

ওজন বৃদ্ধি

ওজন বৃদ্ধিৰ প্ৰভাৱ মগজুত পৰিব পাৰে। আহক জানো ইয়াৰ ফলত কি কি সমস্যা হয়।

মগজুত প্ৰভাৱ

ওজন বৃদ্ধিৰ প্ৰভাৱ মগজুত পৰে। ইয়াৰ ফলত স্মৃতি শক্তি হ্ৰাস পাব পাৰে আৰু কাম- কাজত প্ৰভাৱ পৰিব পাৰে।

স্মৃতিশক্তি

অধিক ওজন বৃদ্ধি হোৱাৰ ফলত ছেৰোটোনিন আৰু ডোপামিনৰ দৰে হৰম'নৰ স্তৰত সাল-সলনি হোৱাৰ সম্ভাৱনা থাকে। যাৰ ফলত মানসিক চাপ, চিন্তা, মন বেয়া লাগি থাকিব পাৰে।

মুড সলনি

ম্যাদবহুলতাৰ ফলত মগজুত ইমফ্লেমেশ্যন হয় যাৰ ফলত কোনো এটা বিষয়ট ভালদৰে ফকাচ বা গুৰুত্ব দিব পৰা শক্তি কমি যায়।

ধ্যান

ওজন কম কৰিবলৈ খোৱা খাদ্যৰ যত্ন লওক। ফল, পাচলি আদি প্ৰটিনযুক্ত বস্তু খাব লাগে। সদায় যোগাসন বা ব্যায়াম কৰিব লাগে।

পৰিত্ৰাণ

সদায় পুৱা বা সন্ধিয়া খোজ কাঢ়িব লাগে। ইয়াৰোপৰি অত্যাধিক ওজন বৃদ্ধি হ'লে বিশেষজ্ঞৰ পৰামৰ্শ লোৱা দৰকাৰ। ইয়াৰ ফলত আন বেমাৰ হ'ব পাৰে।

বিশেষজ্ঞৰ পৰামৰ্শ

পঢ়িবলৈ ক্লিক কৰক 

পুৱা কৰক এই মন্ত্ৰ জপ