এই সেউজীয়া পাচলিবোৰে হ্ৰাস কৰিব আপোনাৰ ওজন

১০ আগষ্ট, ২০২৪

TV9 ASSAM

পেটৰ চৰ্বি হ্ৰাস কৰিবলৈ,আপুনি ডায়েটিং কৰাৰ লগতে জিমলৈও যায়। কিন্তু বহুসময়ত ভবামতে ফলাফল পোৱা নাযায়।

ওজন হ্ৰাস

পেটৰ চৰ্বিয়ে আপোনাৰ ওজন বৃদ্ধিত যথেষ্ট অৰিহনা যোগায়। সেয়ে দৈনন্দিন খাদ্যত কিছুমান পাচলি অন্তৰ্ভুক্ত কৰি আপোনাৰ পেটৰ চৰ্বি হ্ৰাস কৰিব পাৰে।

পেটৰ চৰ্বি

কেতিয়াবা পুষ্টিৰ অভাৱৰ বাবেও মেদবহুলতা হয়। বিশেষজ্ঞসকলৰ মতে ইয়াৰ বাবে আপোনাৰ খাদ্যত পাচলি অন্তৰ্ভুক্ত কৰিব লাগিব। ই স্বাস্থ্যৰ বাবেও অতি উপকাৰী।

সেউজীয়া পাচলি

বীনত যথেষ্ট পৰিমাণে ফাইবাৰ পোৱা যায়। এইবোৰে পেটত চৰ্বি জমা হোৱাক প্ৰতিহত কৰে।

বীন

শতমূলত জিংক,আইৰণ, কেলচিয়াম, মেগনেছিয়াম, পটাছিয়াম আৰু তামৰ দৰে সকলো পুষ্টি থাকে। ইয়ে পেটটো দীঘলীয়া সময়ৰ বাবে ভৰ্তি কৰি ৰাখে।

শতমূল

শৰীৰত চৰ্বি হ্ৰাস কৰাৰ বাবে ব্ৰকলিও যথেষ্ট উপকাৰী। ইয়াত এণ্টি-অক্সিডেণ্ট আৰু ফাইটোকেমিকেল থাকে, যি চৰ্বি বৃদ্ধি হোৱাত প্ৰতিহত কৰে।

ব্ৰকলি

তিতা কেৰেলা সোৱাদত তিতা কিন্তু স্বাস্থ্যৰ ক্ষেত্ৰত ই অতি উপকাৰী। পেটৰ চৰ্বি হ্ৰাস কৰাৰ ক্ষেত্ৰত ই অতি কাৰ্যকৰী।

তিতা কেৰেলা

পঢ়িবলৈ ক্লিক কৰক

নৰসিংহৰ পাতৰ চাহ