গৰমৰ দিনত দৈনিক কেঁচা অমিতা খোৱাৰ উপকাৰিতা

29 April 2025

TV9 ASSAM

কেঁচা  অমিতাত প্ৰচুৰ পৰিমাণে পেপেইন নামৰ এনজাইম থাকে, যিয়ে প্ৰটিন ভঙাৰ লগতে হজম হোৱাত সহায় কৰে।

হজম

অমিতাত পানীৰ পৰিমাণ বেছি, যিয়ে গৰমৰ দিনত শৰীৰক হাইড্ৰেত কৰি ৰখাত সহায় কৰে।

হাইড্ৰেত কৰি ৰাখে

কেঁচা অমিতাত প্ৰচুৰ পৰিমাণে ভিটামিন চি, ভিটামিন এ, আৰু ফ’লেট থাকে, যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাত সহায় কৰে।

ইমিউনিটি বুষ্টাৰ

অমিতাত থকা এন্টিঅক্সিডেন্ট আৰু ভিটামিন চিয়ে ছাল উন্নত কৰে আৰু জিলিকাই তো

ছাল

কেঁচা অমিতাত প্ৰচুৰ পৰিমাণে আঁহ থাকে, যিয়ে আপোনাক ভোক ক'ম কৰে আৰু ওজন কমোৱাত সহায় কৰে।

ওজন

কেঁচা অমিতা চকুৰ বাবেও উপকাৰী আৰু ঘাঁ ভাল হোৱাত সহায় কৰে।

আন উপকাৰিতা

কিছুমান মানুহৰ কেঁচা অমিতাৰ পৰা এলাৰ্জী হ’ব পাৰে, গতিকে খোৱাৰ আগতে সাৱধান হওক।

এলাৰ্জী

চাবলৈ ক্লিক কৰক 

ব্ৰেইন টিউমাৰৰ প্ৰাৰম্ভিক লক্ষণ