মানুহৰ মাজত বিলাহীৰ সমাদৰ অতি বেছি।
6 Nov 2024
TV9 ASSAM
বিলাহী পুষ্টিৰ অন্যতম উৎস।
বিলাহী
বিলাহীত প্ৰচুৰ পৰিমাণে ভিটামিন এ, ভিটামিন বি, ভিটামিন চি আদি থাকে।
উপকাৰ
চৰ্দি আৰু কাহৰ দৰে সমস্যাৰ পৰা আঁতৰি থাকিব পাৰিব ৷
বেমাৰ
বিলাহীৰ ৰস সেৱন কৰিলে হাড় মজবুত হোৱাত সহায়ক হয় ৷
হাড়
বিলাহীৰ ৰস খালে স্তন কেন্সাৰ হোৱাৰ সম্ভাৱনা হ্ৰাস পাব পাৰে ৷
কেন্সাৰ
শৰীৰক শক্তি প্ৰদান কৰে, যাৰ বাবে আপুনি ভাগৰুৱা অনুভৱ নকৰে ৷
শক্তি দিয়ে
শৰীৰ উজ্জ্বল কৰে আৰু কিডনি পৰিষ্কাৰ কৰি ৰখাত সহায় কৰে।
উপকাৰ
চাবলৈ ক্লিক কৰক
বিৰিয়ানি খাওতে সাৱধান
Learn more