বিলাহী সুস্বাদু আৰু স্বাস্থ্যৰ বাবেও যথেষ্ট উপকাৰী।

15 Nov 2024

TV9 ASSAM

ইয়াত A, B1, B2, B3, B5, B6, B9, B12, C, D ভিটামিন থাকে।

ভিটামিন

চকুৰ অসুখ, কুকুৰীকণা আদি প্ৰতিৰোধ কৰে।

উপকাৰ

ডায়েবেটিজ ৰোগীয়ে নিয়মীয়াকৈ খালে ডায়েবেটিজ ৰোগ কমায়।

উপকাৰ

অধিক খালে গেছৰ সম্যাই দেখা দিব পাৰে।

গেছ

ছালৰ দাগ, খজুৱতি, ফুলা বা উশাহ লোৱাত অসুবিধা হ'ব পাৰে ৷

এলাৰ্জী

তেজৰ LDL কলেষ্টৰল হ্রাস কৰে আৰু HDL কলেষ্টৰল বৃদ্ধি কৰে।

উপকাৰ

গতিকে আমি খোৱা খাদ্যৰ ওপৰত গুৰুত্ব দিয়া উচিত।

খাদ্য

চাবলৈ ক্লিক কৰক 

নৰসিংহৰ উপকাৰ