প্ৰতিদিনে ৰাতিপুৱা খাওক নৰসিংহৰ পাতৰ চাহ!

12 August 2024

 TV9 Assam

নৰসিংহৰ পাতৰ গোন্ধে সাধাৰণ পাচলিৰো সোৱাদো বৃদ্ধি কৰে।

সোৱাদ

আইৰণ কেলচিয়াম, জিংক, মেগনেছিয়াম, ভিটামিন এ, ভিটামিন বি, ভিটামিন চি।

কি কি থাকে?

জালুকত বিভিন্ন পুষ্টিকৰ উপাদান থকা বাবে মছলাৰ ৰজা বুলিও জনা যায় ।

উপকাৰিতা

নৰসিংহৰ পাতৰ চাহে শৰীৰত আইৰণৰ যোগান ধৰে।

হিমোগ্লোবিনৰ

ছালত প্ৰাকৃতিক উজ্জ্বলতা বৃদ্ধি কৰে।

উজ্জ্বলতা

শৰীৰৰ বিষাক্ত পদাৰ্থবোৰ ওলাই যায় আৰু বিপাক বৃদ্ধি হয়।

ওজন হ্ৰাস

নৰসিংহ পাতত থকা পুষ্টিবোৰ চুলিৰ বাবেও উপকাৰী।

চুলি

ৰাখীবন্ধৰ পোছাক

চাবলৈ ক্লিক কৰক